• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 26, 2022 8:06 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক জীৱনৰ প্ৰথমটো নিৰ্বাচনতে বিজয়ী হৈছে ত্ৰিপুৰাত মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা।

ইয়াৰ আগতে তেওঁ বিধানসভা বা লোকসভাৰ কোনো নিৰ্বাচনতে প্ৰত্যক্ষভাবে অৱতীৰ্ণ হোৱা নাছিল।

Apply Now

ত্ৰিপুৰাত উপ-নিৰ্বাচনত মানিক সাহা জয়ী হৈছে। মুখ্যমন্ত্ৰী মানিক সাহাই ১৮,৮৭০ টা ভোট লাভ কৰিছে। ত্ৰিপুৰাৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয়।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছে। বৰদোৱালী সমষ্টিৰ পৰা জয়লাভ কৰি মানিক সাহা এতিয়া মুখ্যমন্ত্ৰীৰ আসনত বাহাল থকাটো নিশ্চিত হ’ল।তেওঁৰ নিকটতম প্ৰতিদ্বন্দী, দুবাৰৰ কংগ্ৰেছ বিধায়ক আশীষ সাহাই ১০,৯৩০ টা ভোট লাভ কৰিছে। ৰাজ্যসভাৰ সাংসদ মানিক সাহাক যোৱা মে’ মাহত তদানীন্তন মুখ্যমন্ত্ৰী বিপ্লব দেৱৰ আকস্মিক পদত্যাগৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছিল। মুখ্যমন্ত্ৰী হিচাপে বাহাল থাকিবলৈ তেওঁ এই উপ-নিৰ্বাচনত জয়ী হোৱাটো প্ৰয়োজনীয় আছিল।বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত, তেওঁ এতিয়া নিয়ম অনুসৰি সাংসদ পদৰ পৰা পদত্যাগ কৰিব।

সাহাই ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ আগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ ২০২০ চনত ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিপুৰা গোটৰ সভাপতি হৈছিল। ২০২২ চনৰ এপ্ৰিল মাহত সাহা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।

ৰাজ্য খনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ১৪ মে’ৰ বিয়লি পদত্যাগ কৰাৰ পিছতে উক্ত দন্ত চিকিৎসকগৰাকীক ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী হিচাবে বাচনি কৰা হৈছিল।

তেওঁ হৈছে দন্ত চিকিৎসক তথা ৰাজনীতিক ডাঃ মানিক সাহা।১৯৫৩ চনৰ ৮ জানুৱাৰীত আগৰতলাত জন্ম গ্ৰহণ কৰা সাহাক আজি সৰ্বসন্মতিক্ৰমে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচন কৰা হয়। ৬৯ বছৰীয়া ডাঃ মানিক সাহাই ২০১৬ চনত বিজেপিত যোগদান কৰিছিল।ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জৰিত আছিল।

পত্নী স্বপ্না সাহাৰ সৈতে ডাঃ মানিক সাহাৰ আছে দুগৰাকী কন্যা সন্তান।উল্লেখ্য মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পদত্যাগ কৰাৰ পিছতে ৰাজ্যসভাৰ সাংসদ ডাঃ মানিক সাহাক বিজেপি বিধায়িনী দলৰ নতুন নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল। বিধায়িনী দলে তেওঁক নতুন নেতা হিচাবে নিৰ্বাচিত কৰাৰ লগতে নতুন মুখ্যমন্ত্ৰী হিচাবেও নিৰ্বাচিত কৰিছিল।এনে সিদ্ধান্ত সন্দৰ্ভত সাহাই কৈছিল যে তেওঁ মুখ্যমন্ত্ৰীৰ পদত থাকিও দলৰ কৰ্মকৰ্তা হৈয়েই থাকিব।।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd