• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড; বিজেপি কৰ্মীক তীব্ৰ সমালোচনা ত্ৰিপুৰাৰ কংগ্ৰেছ বিধায়কৰ

এন ই নাও নিউজ, আগৰতলা by এন ই নাও নিউজ, আগৰতলা
June 10, 2024 9:16 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

246
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা কংগ্ৰেছৰ বিধায়ক বীৰাজিৎ সিনহাই দেওবাৰে উনাকোটি জিলাৰ অন্তৰ্গত কৈলাশাহাৰত বিজেপি সমৰ্থিত “গুণ্ডা”ই প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰে।তেওঁ কয় যে কৈলাশাহাৰত ধাৰাবাহিক লণ্ডভণ্ড কাণ্ড সংঘটিত হোৱাৰ ফলত অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে।

তেওঁ কয়, “যোৱা ৪ জুনত লোকসভাৰ ভোট গণনাৰ পিছত দুৰ্বৃত্তই ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ দলীয় কাৰ্যালয়ক লক্ষ্য কৰি আক্ৰমণ চলায়। পিছদিনা প্ৰয়াত কবি হিমাদ্ৰী নন্দন দেৱৰ এটা আৱক্ষ মূৰ্তি বিকৃত কৰে। সেইদৰে, ৮ জুনৰ নিশা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হয়।”

তেওঁ কয় যে পশ্চিম গোবিন্দপুৰ অঞ্চলৰ শ্ৰীৰামপুৰ দলঙৰ সমীপত ২০০৯ চনত কৈলাশাহাৰ জিলা কংগ্ৰেছে ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তিটো স্থাপন কৰিছিল।

লগতে পঢ়কঃ নতুন মন্ত্ৰীসকলৰ সৈতে নিজ বাসগৃহত প্ৰথমখন বৈঠক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; চাওক মন্ত্ৰীবৰ্গৰ সম্পূৰ্ণ তালিকা

সিনহাই লগতে শাসকীয় দলৰ সমৰ্থকসকলে আন্ধাৰৰ সুযোগ লৈ আক্ৰমণৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকক “কাপুৰুষ” বুলি অভিহিত কৰে আৰু সাহস থাকিলে মুকলিকৈ এনে কাম কৰিবলৈ প্ৰত্যাহ্বান জনায়।

আৰক্ষী আৰু প্ৰশাসনিক কৰ্তৃপক্ষৰ পৰা অব্যাহত থকা নিষ্ক্ৰিয়তাই কংগ্ৰেছ দলক ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাব পাৰে বুলিও সকীয়াই দিয়ে সিনহাই। 

Recent News

মেঘালয় আৰু মিজোৰামত চলা এফচিআই ট্ৰাকসমূহৰ বিৰুদ্ধে ব্যাপক অভাৰলোডিঙৰ অভিযোগ! বিষয়াসকলৰ ওপৰত প্ৰশ্নচিহ্ন

মেঘালয় আৰু মিজোৰামত চলা এফচিআই ট্ৰাকসমূহৰ বিৰুদ্ধে ব্যাপক অভাৰলোডিঙৰ অভিযোগ! বিষয়াসকলৰ ওপৰত প্ৰশ্নচিহ্ন

মাজনিশা ভয়ানক বিস্ফোৰণ, বিধ্বস্ত দুমহলীয়া ফটকা কাৰখানা; নিহত ৫জন, গুৰুতৰভাৱে আহত ৩৪ জন

মাজনিশা ভয়ানক বিস্ফোৰণ, বিধ্বস্ত দুমহলীয়া ফটকা কাৰখানা; নিহত ৫জন, গুৰুতৰভাৱে আহত ৩৪ জন

আফ্ৰিকান সাহিত্যৰ পুৰোধা তথা মানৱাধিকাৰ কৰ্মী এনগুগি ৱা থিয়ং’অ-ৰ ৮৭ বছৰ বয়সত মৃত্যু

আফ্ৰিকান সাহিত্যৰ পুৰোধা তথা মানৱাধিকাৰ কৰ্মী এনগুগি ৱা থিয়ং’অ-ৰ ৮৭ বছৰ বয়সত মৃত্যু

অসমৰ জনসাধাৰণক বন্দুক নহয়, কৰ্মসংস্থাপন, সুলভ স্বাস্থ্যসেৱা আৰু মানসম্পন্ন শিক্ষাৰ প্ৰয়োজন: গৌৰৱ গগৈ

অসমৰ জনসাধাৰণক বন্দুক নহয়, কৰ্মসংস্থাপন, সুলভ স্বাস্থ্যসেৱা আৰু মানসম্পন্ন শিক্ষাৰ প্ৰয়োজন: গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd