• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন মন্ত্ৰীসকলৰ সৈতে নিজ বাসগৃহত প্ৰথমখন বৈঠক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; চাওক মন্ত্ৰীবৰ্গৰ সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 10, 2024 8:29 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে বিয়লি ৭২ জন সদস্যৰে মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিজেপিৰ সূত্ৰ অনুসৰি সোমবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত নতুন মন্ত্ৰীসভাৰ সকলো সদস্যকে বৈঠকত হাজিৰ হ’বলৈ কোৱা হৈছে। দিল্লীৰ লোক কল্যাণ মাৰ্গত মোডীৰ বাসগৃহত অনুষ্ঠিত হ’ব এই বৈঠক।

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে দেওবাৰে পুৱা মোদীয়ে নিজৰ বাসগৃহত চাহ-মেলৰ আয়োজন কৰে। সূত্ৰসমূহৰ মতে, পূৰ্বৰ নিশা কেইবাজনো নেতাক ফোনযোগে তালৈ নিমন্ত্ৰণ কৰা হৈছিল। চাহ মেললৈ যিসকলক নিমন্ত্ৰণ কৰা হৈছিল তেওঁলোকেই মন্ত্ৰীসভাৰ সম্ভাৱ্য সদস্য বুলি ভবা হৈছিল। দেওবাৰে সন্ধিয়া তেওঁলোকক মোডীৰ সৈতে শপত গ্ৰহণ কৰা দেখা গৈছিল। মোডীৰ উপৰিও দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৩০ জনে কেবিনেট মন্ত্ৰী হিচাপে আৰু ৪১ জন লোকে ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

লগতে পঢ়কঃ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে : স্পৰ্শ কৰিলে নেহেৰুৰ অভিলেখ

Apply Now

যদিও ৭২ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে, তথাপিও তেওঁলোকৰ মাজত এতিয়াও দপ্তৰসমূহ বিতৰণ কৰা হোৱা নাই। কোন মন্ত্ৰালয়ৰ দায়িত্ব কোনে ল’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বহুতৰ মতে, সোমবাৰে বিয়লি প্ৰধানমন্ত্ৰীৰ বাসগৃহত আহ্বান কৰা বৈঠকত মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিভাজন সন্দৰ্ভত আলোচনা আৰু সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

ইপিনে, বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডাই মোডীৰ এই মন্ত্ৰীসভাত স্থান পাইছে। দেওবাৰে মন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে। তেওঁৰ নিযুক্তিৰ ফলত বিজেপিৰ সৰ্বভাৰতীয় সভাপতিৰ পদ খালী হ’বলৈ গৈ আছে। তেওঁৰ পিছত এই দায়িত্ব কোনে পায় সেয়া লক্ষ্যনীয় হৈপৰিছে। বিজেপিৰ সূত্ৰ অনুসৰি সোমবাৰে নিশা নাড্ডাই এই নৈশভোজৰ আয়োজন কৰিছে। নতুন কেবিনেট সদস্যসকলে মোডীৰ বাসগৃহত বৈঠকত মিলিত হ’ব আৰু তেওঁৰ বাসগৃহলৈ গৈ নিশাৰ আহাৰ তাতেই গ্ৰহণ কৰিব।

লগতে পঢ়কঃ মোদীৰ শপত গ্ৰহণৰ মাজতে অঘটন : সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০ তীৰ্থযাত্ৰী, আহত ৩৩ জন

২০২৪ৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকল :

■ কেবিনেট মন্ত্ৰীসকল :

১) নৰেন্দ্ৰ মোদী ( গুজৰাট )

২) ৰাজনাথ সিং ( উত্তৰ প্ৰদেশ )

৩) অমিত শ্বাহ ( গুজৰাট )

৪) শিৱৰাজ সিং চৌহান ( মধ্যপ্ৰদেশ )

৫) মনোহৰ লাল ( হাৰিয়ানা )

৬) এচ জয়শংকৰ ( গুজৰাট, ৰাজ্যসভা )

৭) জে পি নাড্ডা ( হিমাচল প্ৰদেশ, ৰাজ্যসভা )

৮) নীতিন গাডকাৰী ( মহাৰাষ্ট্ৰ )

৯) ধৰ্মেন্দ্ৰ প্ৰধান ( উৰিষ্যা )

১০) নিৰ্মলা সীতাৰমন ( তামিলনাডু )

১১) জীতনৰাম মান্ঝী ( বিহাৰ )

১২) লালন সিং ( বিহাৰ )

১৩) সৰ্বানন্দ সোণোৱাল ( অসম )

১৪) ড° বীৰেন্দ্ৰ কুমাৰ ( মধ্যপ্ৰদেশ )

১৫) কিঞ্জাৰাপু ৰামমোহন নাইডু ( অন্ধ্ৰপ্ৰদেশ )

১৬) প্ৰহ্লাদ ভেংকটেশ যোশী ( কৰ্ণাটক )

১৭) জুৱেল ওৰাম ( উৰিষ্যা )

১৮) গিৰিৰাজ সিং ( বিহাৰ )

১৯) অশ্বিনী বৈষ্ণৱ ( উৰিষ্যা, ৰাজ্যসভা )

২০) জ্যোতিৰাদিত্য মাধৱৰাও সিন্ধিয়া ( মধ্যপ্ৰদেশ )

২১) ভূপেন্দ্ৰ য়াদৱ ( ৰাজস্থান )

২২) গজেন্দ্ৰ সিং শেখাৱট ( ৰাজস্থান )

২৩) অন্নপূৰ্ণা দেৱী ( ঝাৰখাণ্ড )

২৪) কিৰেন ৰিজুজু ( অৰুণাচল প্ৰদেশ )

২৫) হৰদীপ সিং পুৰী ( উত্তৰ প্ৰদেশ, ৰাজ্যসভা )

২৬) ড° মনচুখ মাণ্ডৱিয়া ( গুজৰাট )

২৭) জী কিশন ৰেড্ডী ( তেলেংগানা )

২৮) চিৰাগ পাচৱান ( বিহাৰ )

২৯) চি আৰ পাটিল ( গুজৰাট )

৩০) পীযুষ গোৱেল ( মহাৰাষ্ট্ৰ, ৰাজ্যসভা )

■ ৰাজ্যমন্ত্ৰী ( স্বতন্ত্ৰ )

৩১) ডাঃ জীতেন্দ্ৰ সিং ( জম্মু কাশ্মীৰ )

৩২) অৰ্জুন ৰাম মেঘৱাল ( ৰাজস্থান )

৩৩) প্ৰতাপ ৰাও গণপত ৰাও যাদৱ ( মহাৰাষ্ট্ৰ )

৩৪) জয়ন্ত চৌধুৰী ( উত্তৰ প্ৰদেশ, ৰাজ্যসভা )

৩৫) ৰাও ইন্দ্ৰজিৎ সিং ( হাৰিয়ানা )

■ ৰাজ্যমন্ত্ৰীসকল

৩৬) জিতিন প্ৰসাদ ( উত্তৰ প্ৰদেশ )

৩৭) পংকজ চৌধুৰী ( উত্তৰ প্ৰদেশ )

৩৮) কিষণ পাল ( হাৰিয়ানা )

৩৯) ৰামদাস আঠাৱালে ( মহাৰাষ্ট্ৰ, ৰাজ্যসভা )

৪০) ৰামনাথ ঠাকুৰ ( বিহাৰ, ৰাজ্যসভা )

৪১) নিত্যানন্দ ৰায় ( বিহাৰ )

৪২) অনুপ্ৰিয়া পেটেল ( উত্তৰ প্ৰদেশ )

৪৩) ভি সোমন্না ( কৰ্ণাটক )

৪৪) ড° প্ৰেম্মাচানী চন্দ্ৰশেখৰ  ( অন্ধ্ৰপ্ৰদেশ )

৪৫) এচ পি সিং বাঘেল ( উত্তৰ প্ৰদেশ )

৪৬) শোভা কৰণ্ডলাজে ( কৰ্ণাটক )

৪৭) কীৰ্তিৱৰ্ধন সিং ( উত্তৰ প্ৰদেশ )

৪৮) বনৱাৰী লাল বাৰ্মা ( উত্তৰ প্ৰদেশ )

৪৯) শান্তনু ঠাকুৰ ( পশ্চিমবংগ )

৫০) সুৰেশ গোপী ( কেৰালা )

৫১) শ্ৰীপদ য়েছু নায়িক ( গোৱা )

৫২) ড° এম মুৰুগান ( মধ্যপ্ৰদেশ, ৰাজ্যসভা )

৫৩) অজয় টমটা ( উত্তৰাখণ্ড )

৫৪) বণ্ডী সঞ্জয় কুমাৰ ( তেলেংগানা )

৫৫) কমলেশ পাচোৱান ( উত্তৰ প্ৰদেশ )

৫৬) ভগীৰথ চৌধুৰী ( ৰাজস্থান )

৫৭) সতীশ চন্দ্ৰ ডুবে ( বিহাৰ, ৰাজ্যসভা )

৫৮) সঞ্জয় শেঠ ( ঝাৰখাণ্ড )

৫৯) ৰৱনীত সিং বিট্টু ( পঞ্জাৱ )

৬০) দুৰ্গা দাস উইকে ( মধ্যপ্ৰদেশ )

৬১) ৰক্ষা নিখিল খডছে ( মহাৰাষ্ট্ৰ )

৬২) সুশান্ত মজুমদাৰ ( পশ্চিমবংগ )

৬৩) সাবিত্ৰী ঠাকুৰ ( মধ্যপ্ৰদেশ )

৬৪) টোখন চাহু ( মধ্যপ্ৰদেশ )

৬৫) ড° ৰাজভূষণ চৌধুৰী ( বিহাৰ )

৬৬) ভূপতি ৰাজু শ্ৰীনিবাস বৰ্মা ( অন্ধ্ৰপ্ৰদেশ )

৬৭) হৰ্ষদ্বীপ মালহোট্ৰা ( নতুন দিল্লী )

৬৮) নিমুবেন বামভানিয়া ( গুজৰাট )

৬৯) মুৰুলীধৰ মোহুল (  মহাৰাষ্ট্ৰ )

৭০) জৰ্জ কোৰিয়ান ( কেৰালা )

৭১) পবিত্ৰ মাৰ্ঘেৰিটা ( অসম, ৰাজ্যসভা )

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd