• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে : স্পৰ্শ কৰিলে নেহেৰুৰ অভিলেখ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 9, 2024 9:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অভিলেখ স্পৰ্শ কৰিলে নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মোদীয়ে। ইয়াৰ পূৰ্বে কেৱল জৱাহৰলাল নেহৰুৰে তিনিটা কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰিছিল। এইবাৰ তৃতীয়বাৰৰ বাবে দেশৰ শাসনজৰী লাভ কৰিলে নৰেন্দ্ৰ মোদীয়ে।

অৱশ্যে যোৱা দুটা মোদী কেবিনেটৰ তুলনাত এই কেবিনেট বহুত বেলেগ। স্মৃতি ইৰাণী, অনুৰাগ ঠাকুৰৰ দৰে মন্ত্ৰীসভাৰ পৰিচিত মুখ নাথাকিব এইবাৰ কেবিনেটত। এইবাৰ যিহেতু মিত্ৰদলৰ সহায় অবিহনে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন, গতিকে এইবাৰ মন্ত্ৰীসভাত মিত্ৰদলৰ প্ৰতিনিধিত্ব পূৰ্বতকৈ বহু বেছি।

Apply Now

আজি প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ উপৰিও ৰাজনাথ সিং, অমিত শ্বাহ, জে পি নাড্ডা, শিৱৰাজ সিং চৌহান, নিৰ্মলা সীতাৰমণ আদিয়ে পূৰ্ণ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুঠ ৬৬ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে আজি।

শপত গ্ৰহণ অনুষ্ঠানৰ আৰম্ভণিতে নৰেন্দ্ৰ মোদীক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। বিশিষ্ট বিজেপি নেতা তথা লক্ষ্ণৌৰ সাংসদ ৰাজনাথ সিঙে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই পূৰ্ণ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিদায়ী চৰকাৰত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

ইয়াৰ পিছতে বিদায়ী চৰকাৰৰ গৃহমন্ত্ৰী তথা গান্ধীনগৰৰ সাংসদ অমিত শ্বাহে শপত গ্ৰহণ কৰে। নাগপুৰৰ সাংসদ তথা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁৰ পিছতে শপত গ্ৰহণ কৰে। বিদায়ী মন্ত্ৰীসভাৰ সদস্য পিয়ুষ গোৱেল আৰু ধৰ্মেন্দ্ৰ প্ৰধানেও আজি নতুন মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে।

ইয়াৰ উপৰিও বিশিষ্ট বিজেপি নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰেও পূৰ্ণ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আজি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ নতুন পূৰ্ণ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে জনতা দলৰ (ধৰ্মনিৰপেক্ষ) নেতা এইচ ডি কুমাৰস্বামীৰ লগতে অংশীদাৰ দলৰ কেইবাজনো নেতাই।

ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিদায়ী বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, বিদায়ী ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও আজিৰ দিনটোত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

আজি ৰাষ্ট্ৰপতি ভৱনত হোৱা শপতগ্ৰহণ অনুষ্ঠানত ৮ হাজাৰৰো অধিক অতিথিয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু ভাৰত মহাসাগৰ অঞ্চলৰ ৰাজ্যসমূহৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ দৰে বলীউডৰ অভিনেতাকো দৰ্শকৰ মাজত দেখা যায়। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেও উপস্থিত থাকে শপত গ্ৰহণ অনুষ্ঠানত।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd