DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৃষ্টান্ত! কেন্সাৰ ৰোগীক সহায় কৰিবলৈ এইগৰাকী সুন্দৰী ছোৱালীয়ে খুৰাই পেলালে চুলি

অভিজিৎ নাথ by অভিজিৎ নাথ
June 21, 2021 9:43 am
Kanakanjali-Nath-1024x512

কনকাঞ্জলি নাথ। ফটো: নৰ্থইষ্ট নাও।

228
VIEWS
Share on FacebookShare on Twitter

কেন্সাৰ ৰোগীক সহায় কৰিবলৈ ত্ৰিপুৰাৰ এগৰাকী ছাত্ৰীয়ে নিজৰ মূৰৰ চুলি খুৰাই পেলালে।

এনএছএছৰ স্বেচ্ছাসেৱক ছাত্ৰীগৰাকীয়ে এনএছএছৰ উদ্দেশ্য ‘নট মি বাট ইউ..’ৰ দ্বাৰা উদ্বুদ্ধ হৈ তেওঁৰ চুলিখিনি কেন্সাৰ ৰোগীলৈ দান দিয়ে।

আগৰতলা চহৰৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ দূৰৰ উনাকটি জিলাৰ অন্তৰ্গত কৈলাশহৰৰ ৰামকৃষ্ণ মহাবিদ্যালয়ৰ এনএছএছ স্বেচ্ছাসেৱকগৰাকীয়ে তেওঁৰ বাহ্যিক সৌন্দৰ্যৰ সৈতে আপোচ কৰি তেওঁৰ চুলি খুৰাই পেলালে আৰু চিকিৎসাধীন কেন্সাৰ ৰোগীৰ মুখত হাঁহি বিৰিঙাবলৈ সম্পূৰ্ণ টকলা হৈ পৰিল।

কাঞ্চনপুৰৰ বাসিন্দা এনএছএছ স্বেচ্ছাসেৱক কনকাঞ্জলি নাথ এগৰাকী কলা বিভাগৰ ছাত্ৰী আৰু বৰ্তমান ষষ্ঠ ষান্মাসিকত অধ্যয়ন কৰি আছে।

শুকুৰবাৰে তেওঁ এগৰাকী স্থানীয় নাপিতক মাতি আনি মূৰৰ চুলিখিনি খুৰাই পেলায়।

কনকাঞ্জলিয়ে জানিব দিয়ে যে তেওঁ মূৰৰ চুলিখিন খুৰাই পেলালে কিয়নো ইয়াক চিকিৎসাধীন কেন্সাৰ ৰোগীৰ বাবে উইগ বনোৱাত ব্যৱহাৰ কৰিব পৰা যাব।

তেওঁ নিজৰ এই সুসজ্জিত চুলিখিন মূৰৰ চুলি হেৰুওৱা তথা আৰ্থিকভাৱে দুৰ্বল কেন্সাৰ আক্ৰান্ত ৰোগীৰ বাবে উৰিষ্যা হেয়াৰ ড’নেশ্যন অৰ্গেনাইজেশ্যনক দান কৰিছে।

কনকাঞ্জলিয়ে তেওঁৰ চুলিখিন কুৰিয়াৰ চাৰ্ভিছৰ জৰিয়তে সংগঠনটোলৈ প্ৰেৰণ কৰিছে।

এনএছএছ স্বেচ্ছাসেৱকগৰাকীয়ে কয় যে স্কুলীয়া দিনৰ পৰাই তেওঁ কেন্সাৰ ৰোগীৰ বাবে কিবা কৰিবলৈ পৰিকল্পনা কৰিছিল যদিও কিছুমান সমস্যাৰ বাবে তেওঁ আগতে চুলি দান কৰিব পৰা নাছিল।

Recent News

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যাৰ ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ, দুগৰাকী মহিলাক আটক চিবিআইৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

Gandhi Jayanti 2023:  জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Gandhi Jayanti 2023: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd