• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৱা ২৪ ঘণ্টাত ত্ৰিপুৰাত পুনৰ ৭ গৰাকী ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , October 9, 2020 2:00 pm

1 min read

COVID19-virus-1-750x375
6.2k
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৪ ঘণ্টাত ত্ৰিপুৰাত পুনৰ ৭ গৰাকী ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। ৰাজ্যিক স্বাস্থ্য বিভাগে এই কথা জানিবলৈ দিয়ে।

দেশজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ ফলত এইপৰ্যন্ত ত্ৰিপুৰাত ৩০৮ গৰাকী লোকৰ মৃত্যু হৈছে।

ৰাজ্যখনত যোৱা ৭ অক্টোবৰলৈকে মৃত্যুৰ হাৰ ১.০৯ শতাংশ আছিল যদিও বৃহস্পতিবাৰৰ দিনটোত ৭ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ পিছত মৃত্যুৰ হাৰ ১.১১ শতাংশলৈ বৃদ্ধি পায়।

উল্লেখ্য যে ৰাজ্যখনত প্ৰথমজন ক’ৰ’না আক্ৰান্তৰ মৃত্যু হৈছিল যোৱা ৮ জুনত।

চলিত মাহত ক’ভিডৰ ফলত ২৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ২১৪ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে।

২,০৫৯ গৰাকী লোকক টেষ্ট কৰাৰ অন্তত ২১৪ গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জনায়।

উল্লেখ্য যে এই পৰ্যন্ত ত্ৰিপুৰাত ২৭,৭৫৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২৩,৪৫১ গৰাকী লোক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

আনহাতে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩,৯৭৪ গৰাকী।

জানিব পৰা মতে, বৃহস্পতিবাৰৰ পৰা ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা জিলাত ঘৰে ঘৰে ক’ৰ’না টেষ্টৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd