• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ ক’ভিড-১৯ আক্ৰান্ত থাকি গৈছিল গুৱাহাটীত, ভ্ৰমণ কৰিছিল বিভিন্ন স্থান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2020 5:23 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰবাসীৰ বাবে এক ভয়ংকৰ খবৰ। ত্ৰিপুৰাৰ প্ৰথমগৰাকী ক’ভিড-১৯ আক্ৰান্ত গীতাৰাণী কৰ্মকাৰ নামৰ ৩৫ বছৰীয়া মহিলা গৰাকী দুদিন ধৰি আছিল গুৱাহাটীত।

গুৱাহাটীৰ পল্টনবজাৰস্থিত হোটেল সুখমণিত ৩০৪ আৰু ৩০৭নং কোঠাত ভাড়া কৰি আছিল গীতাৰাণীৰ পৰিয়াল।

Apply Now

যোৱা ১৬ আৰু ১৭ মাৰ্চত হোটেলখনত থাকি গুৱাহাটীৰ  বিভিন্ন স্থান ভ্ৰমণ কৰিছিল মহিলাগৰাকীয়ে।

পল্টনবজাৰৰ বিশাল মেগা মাৰ্টত ১৭ মাৰ্চৰ সন্ধিয়া প্ৰায় ৫ বজাৰ পৰা একঘণ্টা সময় বজাৰ কৰিছিল মহিলা গৰাকীৰ লগতে পৰিয়ালৰ লোকে।

আনকি বালাজি মন্দিৰ আৰু কামাখ্যা মন্দিৰলৈও গৈছিল কৰ’নাত আক্ৰান্ত মহিলাগৰাকী।

হোটেল সুখমণিত উক্ত দুদিন ৰিচিপচনিষ্টসহ মুঠ ১৬ গৰাকী কৰ্মচাৰী কৰ্মৰত আছিল।

তাৰে তিনিগৰাকী যুৱতী ইতিমধ্যে নিজ বাসগৃহলৈ উভতি যোৱা বুলি খবৰ পোৱা গৈছে।

মহিলাগৰাকী কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰাত বাকী ১৩ গৰাকী কৰ্মচাৰীক হোটেলখনতে কুৱাৰেণ্টাইন কৰি ৰখা হৈছে।

আজি স্বাস্থ্য বিভাগৰ পৰা দুগৰাকী স্বাস্থ্য কৰ্মী আহি ১৩ গৰাকীৰ নমুনা সংগ্ৰহ কৰেহি।

মহিলাগৰাকী কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল বৰ্তমান সময়ত কামৰূপ মহানগৰ জিলা প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।

ইয়াৰোপৰি, বিশাল মেগামাৰ্টত উক্ত সন্ধিয়া যি যি বজাৰ কৰিছিল সকলোকে ঘৰতে কুৱাৰেণ্টাইন হ’বলৈ আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

উল্লেখযোগ্য যে, ৰাজস্থানৰ পৰা গুৱাহাটীত থাকি গীতাৰাণীৰ পৰিয়াল ত্ৰিপুৰালৈ গৈছিল।

Tags: COVID19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd