• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ আমনিত দলঙৰ ৰেলিং ভাঙি নৈত পৰিল মিনি ট্ৰাক; দুজন আহত

NE NOW NEWS বিদ্যুৎজ্যোতি বৰা
চামগুৰি , November 16, 2019 7:19 pm

1 min read

নগাঁৱৰ আমনিত দলঙৰ ৰেলিং ভাঙি নৈত পৰিল মিনি ট্ৰাক; দুজন আহত
377
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত সংঘটিত এক দুৰ্ঘটনাত এখন মিনি ট্ৰাক দলঙৰ ৰেলিং ভাঙি নৈত পৰাৰ ফলত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনা অনুসৰি আজি পুৱা প্ৰায় ৯ বজাত যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ এল চি ১৭৫৯ নম্বৰৰ মিনি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই আমনিস্থিত ‘তৃপ্তিৰে এসাজ’ নামৰ হোটেলৰ সমীপৰ দীজু নৈৰ ওপৰৰ জৰাজীৰ্ণ পকী দলঙৰ ৰেলিঙত খুন্দিয়াই নৈত বাগৰি পৰে।

ফলত গাড়ীখনত থকা চালক নলবাৰীৰ চন্দন ৰাজবংশী (২৭) আৰু মালিক যোৰহাটৰ প্ৰফুল্ল গগৈ (২০) গুৰুতৰভাৱে আহত হয়। পিছত স্থানীয় লোকৰ সহযোগত দুয়ো গৰাকীকে চিকিৎসাৰ বাবে ১০৮ এম্বুলেঞ্চেৰে জখলাবন্ধালৈ লৈ যোৱা হয়।

অৱশ্যে জখলাবন্ধাৰ চিকিৎসকে যুৱক দুজনৰ আঘাত গুৰুতৰ হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পৰবৰ্তী সময়ত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত মিনি ট্ৰাকখন উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত দলঙখনত বিগত সময়ত বহু কেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে গেছ টেংকাৰ পৰ্যন্ত দলঙৰ ৰেলিং ভাঙি দীজু নৈত পৰিছিল যদিও আজি পৰ্যন্ত প্ৰশাসন নাইবা সংশ্লিষ্ট বিভাগে দলংখনৰ ৰেলিং মেৰামতি কৰা নাই।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd