• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানী আৰু আফগানৰ বাবে চিৰদিনলৈ বন্ধ হৈ পৰিব আমেৰিকাৰ দুৱাৰ? ট্ৰাম্পৰ বৃহৎ পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2025 3:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা সপ্তাহৰ পৰা আৰু আমেৰিকালৈ যাব নোৱাৰিব পাকিস্তানী আৰু আফগানসকলে? ড’নাল্ড ট্ৰাম্পে এই দুখন দেশৰ নাগৰিকক আমেৰিকালৈ যোৱাত স্থায়ীভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিয়ে কিয় এনে সিদ্ধান্ত ল’লে?

ৰয়টাৰৰ সূত্ৰ অনুসৰি ড’নাল্ড ট্ৰাম্পে হোৱাইট হাউছত ভৰি দিয়াৰ কিছু সময়ৰ পিছতে এক নিৰ্দেশনা জাৰি কৰে। য’ত উল্লেখ কৰা হৈছে, ইয়াত আমেৰিকাৰ নিৰাপত্তাৰ স্বাৰ্থত এখন তালিকা প্ৰস্তাৱ কৰা হৈছে। কোন দেশৰ নাগৰিকে আমেৰিকাৰ বাবে বিপদৰ সৃষ্টি কৰিছে সেইটো নিৰ্ণয় কৰিবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে বাছনি প্ৰক্ৰিয়াৰ নিৰ্দেশ দিছে। তেওঁ ১২ মাৰ্চৰ ভিতৰত এই বাছনিৰ কাম সম্পূৰ্ণ কৰিবলৈ কৈছে। যিবোৰ দেশৰ নাগৰিকক আমেৰিকা ভ্ৰমণৰ বাবে আংশিক আৰু সম্পূৰ্ণ বৈধতা প্ৰদান কৰা হ’ব, সেইবোৰ দেশৰ তালিকাও প্ৰস্তুত কৰা হৈছে। জানিব পৰা মতে, পাকিস্তান আৰু আফগানিস্তান এই তালিকাত অন্তৰ্ভুক্ত নহয়।

Apply Now

উল্লেখ্য যে দুদিন পূৰ্বে ড’নাল্ড ট্ৰাম্পে পাকিস্তানক অতিশয় প্ৰশংসা কৰিছিল। ২০২১ চনত কাবুল বিমানবন্দৰৰ বাহিৰত সংঘটিত বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড মহম্মদ শ্বৰীফুল্লাক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। সেই কাণ্ডত ১৩ জন আমেৰিকান সৈনিককে ধৰি ১৭০ জন আফগান লোক নিহত হৈছিল। এই গ্ৰেপ্তাৰৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফকো প্ৰশংসা কৰে। ইয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকসকলে হঠাতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱৰ সৈতে নতুনকৈ হিচাপ-নিকাচ আৰম্ভ কৰিছে।

একাংশ বিশেষজ্ঞৰ দাবী যে আনকি আমেৰিকাইও এতিয়া সৰ্বসন্মতিক্ৰমে স্বীকাৰ কৰিছে যে পাকিস্তান বিশ্ব সন্ত্ৰাসবাদৰ জনক হৈ পৰিছে। পাকিস্তানৰ মাটিত ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী সংগঠন ঠন ধৰি উঠিছে। সন্ত্ৰাসবাদক ইন্ধন যোগাই আহিছে আই এছ আইয়ে। এই কথাও কাৰো অজ্ঞাত নহয়। অৱশ্যে পাকিস্তানে বিশ্বত নিজৰ ভাবমূর্তি বজাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷ ট্ৰাম্পে পাকিস্তানৰ এই প্ৰচেষ্টাত মান্যতা দিবলৈ অনিচ্ছুক বুলি ধাৰণা কৰা হৈছে। ফলত তেওঁ দেশৰ নিৰাপত্তাৰ স্বাৰ্থত পাকিস্তানীৰ বাবে আমেৰিকাৰ দুৱাৰ স্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

যদিও এইটো প্ৰথমবাৰৰ বাবে নহয়, তথাপিও ২০১৭ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পিছত ট্ৰাম্পে সাতখন মুছলমান দেশৰ নাগৰিকক আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছিল। পিছত বাইডেন ক্ষমতালৈ অহাৰ লগে লগে তেওঁ এই নিষেধাজ্ঞা উঠাই লয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd