• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ বৃহৎ ঘোষণাই উদ্বেগ বঢ়াব ইউনুছৰ! বাংলাদেশ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব দিলে মোডীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2025 10:36 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকা ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত আলোচনাত উত্থাপন হৈছিল বাংলাদেশৰ বিষয়টো। বৈঠকৰ অন্তত ট্ৰাম্পে কয় যে বাংলাদেশ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব মই মোৰ বন্ধু নৰেন্দ্ৰ মোদীৰ ওপৰত এৰি দিছো।

এইবাৰ মোডীৰ আমেৰিকা ভ্ৰমণক লৈ বাংলাদেশতো সমানেই কৌতুহল ৰৈছে। ট্ৰাম্পৰ সৈতে মোডীৰ আলোচনাত বাংলাদেশৰ বিষয়টো আহিব নেকি সেই লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছিল। বাংলাদেশৰ ওপৰত ব্যৱস্থা লোৱাৰ দায়িত্ব ট্ৰাম্পে সম্পূৰ্ণৰূপে মোডীৰ ওপৰত এৰি দিয়াটো তাৎপৰ্যপূৰ্ণ।

Apply Now

প্ৰথমবাৰৰ বাবে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতো তেওঁ পোনপটীয়াকৈ বাংলাদেশৰ কথা উল্লেখ কৰা নাছিল। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ভাৰতৰ সৈতে সমন্বয় সাধন কৰি আছিল। এইবাৰো সেই স্থিতি সলনি কৰা নাই ট্ৰাম্পে। যিটো বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে যথেষ্ট মানসিক চাপৰ বিষয় বুলি বিবেচিত হৈছে।

ইউনুছ আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী হিলাৰী ক্লিণ্টনৰ ঘনিষ্ঠ। আনহাতে, হিলাৰীৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক একেবাৰেই ভাল নহয়। প্ৰসংগক্ৰমে ট্ৰাম্পে মোডীক বাংলাদেশ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব অৰ্পণ কৰিছে যি সময়ত শ্বেখ হাছিনাৰ পদত্যাগক লৈ ঢাকাই ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে।

কেৱল ট্ৰাম্পেই নহয়, বাংলাদেশৰ বিষয়টো মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা বিভাগৰ নৱনিযুক্ত মুৰব্বী হিন্দু আমেৰিকান তুলসী গাবাৰ্ডৰ সৈতে হোৱা আলোচনাতো উত্থাপন কৰিছিল। ইয়াৰ পূৰ্বে তুলসীয়ে পাকিস্তান আৰু বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত মাত মাতিছিল।

বৃহস্পতিবাৰে ট্ৰাম্প-মোডীৰ বৈঠকৰ কিছু সময়ৰ পূৰ্বে ট্ৰাম্পৰ বন্ধু ইলন মাস্কে বাংলাদেশৰ মুখ্য উপদেষ্টা ইউনুছক ফোন কৰিছিল। বাংলাদেশ প্ৰশাসনে তেওঁলোকৰ মাজত কি সংঘটিত হৈছিল সেই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। অৱশ্যে আলোচনাটো কোনো ব্যৱসায়িক চুক্তিৰ ওপৰত বুলি অনুমান কৰা হয়।

কিছুদিন পূৰ্বে আমেৰিকাৰ কোটিপতি জৰ্জ ছ’ৰছৰ পুত্ৰই ইউনুছক লগ কৰিবলৈ ঢাকালৈ ক্ষন্তেকীয়া ভ্ৰমণ কৰিছিল। গণতন্ত্ৰৰ বিকাশৰ নামত আৰ্থিক সাহায্য প্ৰদান কৰি ছ’ৰ’ছৰ সংগঠনটোৱে বিভিন্ন দেশত অস্থিৰতা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। বাংলাদেশৰ হাছিনা চৰকাৰৰ পতনৰ আঁৰত ছ’ৰ’ছৰ সংগঠন আছিল বুলি তীব্ৰ প্ৰচাৰ চলিছে। ট্ৰাম্প-মোডীৰ যৌথ সংবাদমেলত এই বিষয়টো উত্থাপন কৰা হৈছিল যদিও, বাংলাদেশৰ বিষয়টো চোৱাৰ দায়িত্ব আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ বন্ধু মোডীৰ ওপৰত এৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd