• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় ৩০০ বছৰৰ পিছত প্ৰথমবাৰ তাজমহলৰ কবৰ পৰিষ্কাৰ কৰা হ’ল?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2020 3:38 pm
Coronavirus: Taj Mahal to remain shut for visitors

তাজ মহল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ আহমেদাবাদৰ বস্তিবোৰৰ চেহেৰা ঢাকিবলৈ বৃহৎ ৱাল দিয়াৰ সমান্তৰালভাৱে ভাৰতত আন বহু ক্ষেত্ৰত ট্ৰাম্প ইফেক্ট দেখা গৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিজন তেওঁৰ পত্নী, জী-জোঁৱাইক লগত লৈ আজি ভাৰতত সম্ৰাটৰ দৰে কায়দাৰে উপস্থিত হৈছে আৰু সেই ধৰণৰ মৰ্য্যাদা দিবলৈ চেষ্টা কৰিছে মোদী চৰকাৰে।

Apply Now

ইয়াৰ বাবে ট্ৰাম্প আৰু পৰিয়ালে ভ্ৰমণ কৰিব লগীয়া স্থানবোৰৰ সকলোতে নতুনত্ব অনা হৈছে, যাক ট্ৰাম্প-ইফেক্ট বুলিব পাৰি।

ট্ৰাম্পে ভ্ৰমণ কৰিব লগীয়া স্থানবোৰত থকা বস্তি অঞ্চলবোৰ ঢাকি পেলোৱা হৈছে।

ৰাজকীয় অতিথিকেইজনে ভাৰতৰ আটাইতকৈ মৰ্য্যাদাপূৰ্ণ আৰু বিশ্বৰ সপ্তম আশ্চৰ্য্যৰ এটা তাজ মহল ভ্ৰমণ কৰিব বাবেই বিমান বন্দৰৰ পৰা তাজমহললৈ থকা ৱালৰ কৰাল আঁতৰাই তাক ৰংচঙীয়া কৰা হৈছে।

তাৰোপৰি তাজমহলৰ পিছফালে গাতে লাগি থকা যমুনা নদীৰ নিঃকিন আৰু কদৰ্য্য ৰূপ স্বাছন্দ্যপূৰ্ণ কৰিবলৈ নদীখনত প্ৰায় ১৭ নিযুত লিটাৰ পানী ঢলা হৈছে।

তাতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল ৩০০ বছৰৰ ভিতৰত তাজ মহলত থকা কবৰ দুটা পৰিষ্কাৰ কৰা হৈছে।

পৰিষ্কাৰকৰণত বিশেষ ধৰণৰ মৃত্তিকাৰ লেপন আৰু তাৰ পিছত ডিষ্টিল্ড ৱাটাৰৰ ব্যৱহাৰ কৰা হৈছে বুলি এটা সূত্ৰত প্ৰকাশ।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে, কবৰকেইটাৰ ওপৰত থকা পোহৰ ঝলককেইটাও চাফা কৰা হৈছে আৰু এইবোৰ কামৰ দায়িত্বত আছে স্বয়ং ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ বিভাগ।

তাজ মহলৰ ভিতৰত থকা আচল কবৰকেইটাৰ প্ৰতিৰূপস্বৰূপে স্থাপন কৰা এই কবৰকেইটা প্ৰথমবাৰৰ বাবে এইদৰে চাফা কৰা হৈছে।

জানিব পৰামতে, ট্ৰাম্পে আচল কবৰ দুটা নাচাব পাৰে, কাৰণ এইকেইটা চাবলৈ যোৱা প্ৰৱেশপথটো মাত্ৰ ৫ফুট ওখ।

অতিথি ৰাষ্ট্ৰপতিজনৰ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, ট্ৰাম্পে মূৰ হাওলাই পাৰ নহয়।

উল্লেখ কৰিব পাৰি যে আচল কবৰকেইটা বছৰত মাত্ৰ তিনিটা দিনৰ বাবেহে সৰ্বসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়।

শ্বাহ জাহানৰ মৃত্যুৰ সোঁৱৰণ কৰিবলৈ শেষজন মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ উত্তৰাধিকাৰী বুলি নিজকে দাবী কৰা য়াকুব হাবিবুদ্দিন টুচিয়ে বছৰত এটা দিনত এই কবৰকেইটা দৰ্শন কৰে।

ৰাষ্ট্ৰপতিজন আগ্ৰাত বান্দৰৰ উপদ্ৰৱৰ সন্মুখীন নহ’বৰ বাবেও লোৱা হৈছে অভিনৱ ব্যৱস্থা।

ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ,- বান্দৰৰ জাকবোৰক ভয় খুৱাবৰ বাবে পাঁচটা মলুৱা বান্দৰক ট্ৰাম্প পৰিয়াল যাব লগীয়া পথৰ বিভিন্ন ঠাইত ৰখা হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ দুদিনীয়া ভ্ৰমণক লৈ চৰকাৰৰ এই অভিনৱ প্ৰস্তুতিবোৰক লৈ সৰ্বত্ৰ চৰ্চা হোৱা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd