• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মধ্যপ্ৰাচ্যলৈ শান্তি ঘূৰি আহক : হোৱাইট হাউচত ইফতাৰ আয়োজন কৰি বাৰ্তা ড’নাল্ড ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 8:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পবিত্ৰ ৰমজান মাহত আমেৰিকাৰ হোৱাইট হাউছত ইফতাৰ আয়োজন কৰিলে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইফতাৰৰ সময়ত তেওঁক ভোট দিয়া সকলো ইছলাম ধৰ্মীয় লোকক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ লগতে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি অহাৰ কামনা কৰে ট্ৰাম্পে। মধ্যপ্ৰাচ্যত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আব্ৰাহাম চুক্তিৰ কথাও উল্লেখ কৰে ড’নাল্ড ট্ৰাম্পে।

Apply Now

ট্ৰাম্পৰ এই ইফতাৰৰ ভোজত মুছলমান সম্প্ৰদায়ৰ কেইবাজনো নেতা, কূটনীতিবিদ আৰু চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে।

খবৰ অনুসৰি বৃহস্পতিবাৰে নিশা ট্ৰাম্পে ইফতাৰ আয়োজন কৰিছিল।

ইফতাৰৰ সময়ত ট্ৰাম্পে নিৰ্বাচনী বিজয়ৰ বিষয়ে কয়, “২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অভিলেখ সংখ্যক মুছলমান আমেৰিকানে মোক ভোট দি জয়যুক্ত কৰিলে। ই অবিশ্বাস্য আছিল। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। যোৱা নৱেম্বৰ মাহত মুছলমান সম্প্ৰদায়ৰ লোকসকলে মোৰ সৈতে থিয় দিছিল। গতিকে, মই ৰাষ্ট্ৰপতি হৈ থকালৈকে আপোনালোকৰ সৈতে থিয় দিম।”

ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত মধ্যপ্ৰাচ্যৰ কথা উল্লেখ কৰি তেওঁ কয়, “আমি মুছলমান সম্প্ৰদায়ৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পালন কৰিছো। মোৰ প্ৰশাসনে মধ্যপ্ৰাচ্যত স্থায়ী শান্তি স্থাপনৰ বাবে অদম্যভাৱে কূটনৈতিক আলোচনা চলাই আছে। সেইটোও ঐতিহাসিক আব্ৰাহাম চুক্তিৰ ভিত্তিত। এতিয়া আমি সকলো কথা ৰক্ষা কৰিছো। আমি বিচাৰো যে শান্তি ঘূৰি আহক।”

উল্লেখ্য যে ইজৰাইল আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে ২০২০ চনত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ উদ্যোগত আব্ৰাহাম চুক্তিত স্বাক্ষৰ কৰিছিল। আৰব দেশখনে ইজৰাইলক স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দি দশক দশক ধৰি চলি অহা বিবাদৰ সমাধান কৰিছিল। আনহাতে ইজৰাইলে পশ্চিম পাৰ দখল কৰাৰ দাবীও প্ৰত্যাহাৰ কৰিছিল। এই চুক্তিৰ ফলত মধ্যপ্ৰাচ্যৰ এটা অশান্তিৰ অন্ত পৰে আৰু দুয়োখন দেশৰ মাজত সম্পৰ্ক স্থাপন হয়।

কিন্তু ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা পুনৰ উত্তপ্ত হৈ পৰে মধ্যপ্ৰাচ্য। গাজাত হামাছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলায় ইজৰাইলে। এতিয়াও এই যুদ্ধ শেষ হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd