• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াক ঘেৰি দুখন পাৰমাণৱিক চাবমেৰিন মোতায়েনৰ নিৰ্দেশ ট্ৰাম্পৰ; বৃদ্ধি পাইছে উত্তেজনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 11:55 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা-ৰাছিয়াৰ সম্পৰ্ক পুনৰ উত্তপ্ত হৈ পৰিছে। ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰী মেডভেডেভৰ মন্তব্যত ক্ষুব্ধ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াক ঘেৰি দুখন পাৰমাণৱিক চাবমেৰিন মোতায়েনৰ কৰাৰ নিৰ্দেশ দিছে।

অৱশ্যে এই চাবমেৰিন দুখন সঠিকভাৱে ক’ত মোতায়েন কৰা হৈছে সেই সন্দৰ্ভত কোনো কথা ৰাজহুৱাভাৱে ঘোষণা কৰা হোৱা নাই। শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই ‘গুৰুতৰ কৌশলগত পদক্ষেপ’ৰ কথা ঘোষণা কৰে।

Apply Now

শুকুৰবাৰে ট্ৰাম্পে লিখিছে, “যদি সেই মন্তব্য কেৱল প্ৰৰোচনা নহয়, ইয়াতকৈও বেছি কিবা এটা আছিল, তেন্তে ইয়াৰ উত্তৰ দিয়াটো মোৰ দায়িত্ব আছিল। সেয়ে মই দুখন পাৰমাণৱিক চাবমেৰিন মোতায়েন কৰাৰ নিৰ্দেশ দিছো।” তেওঁ লগতে কয়, “শব্দৰ গুৰুত্ব আছে। ইয়াৰ প্ৰভাৱো আচৰিত হ’ব পাৰে। এই বক্তব্যৰ বাবে ইয়াতকৈ বেছি একো নহ’ব বুলি আশা কৰিছো।”

ট্ৰাম্পৰ এই ঘোষণাই আন্তৰ্জাতিক প্ৰতিৰক্ষা মহলত আলোড়নৰ সৃষ্টি কৰিছে। একাংশ পৰ্যবেক্ষকে কয় যে বাইডেনৰ পৰৱৰ্তী বিশ্বত আমেৰিকাৰ বৈদেশিক নীতি কিমান আক্ৰমণাত্মক হ’ব পাৰে তাৰ প্ৰথমটো ডাঙৰ ইংগিত এইটোৱেই হ’ব পাৰে।

ট্ৰাম্পৰ এই বক্তব্যৰ পিছতে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৰ্তমানৰ নিৰাপত্তা পৰিষদৰ সদস্য দিমিত্ৰী মেডভেডেভে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। টেলিগ্ৰামত পোষ্ট কৰি তেওঁ লিখিছে, “যদি ভাৰত আৰু ৰাছিয়াৰ অৰ্থনীতিক ‘মৃত’ বুলি কোৱা হয়, তেন্তে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ‘ডেড হেণ্ড’ সম্পৰ্কে মনত ৰখা উচিত।”

‘ডেড হেণ্ড’ মূলতঃ ছোভিয়েট যুগত বিকশিত হোৱা স্বয়ংক্ৰিয় পাৰমাণৱিক প্ৰত্যাক্ৰমণ ব্যৱস্থা, যিটো শীতল যুদ্ধৰ সময়ত সক্ৰিয় কৰা হৈছিল। শত্ৰুৰ পৰা পাৰমাণৱিক আক্ৰমণৰ সম্ভাৱনা থাকিলে স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় হ’ব পাৰে। এতিয়া বহুতে মেডভেদেভৰ এই মন্তব্যক ‘ ওলোটা পাৰমাণৱিক সকীয়নি’ হিচাপে দেখিছে।

ইয়াৰ পূৰ্বে ট্ৰাম্পে ৰাছিয়া আৰু ভাৰতৰ অৰ্থনীতি ‘মৃত’ বুলি মন্তব্য কৰিছিল। তেওঁৰ বক্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মেডভেডেভে। ইয়াৰ উত্তৰত ট্ৰাম্পে কয়, “যদি মেদভেডেভে এতিয়াও ৰাষ্ট্ৰপতি বুলি ভাবে, তেন্তে তেওঁ সাৱধান হোৱা উচিত।”

বিশ্লেষকসকলৰ মতে, ২০২২ চনত ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাছিয়া আৰু আমেৰিকাৰ মাজত এনে উত্তেজনা তীব্ৰতৰ হৈ পৰিছে। ট্ৰাম্প প্ৰশাসনে প্ৰত্যক্ষভাৱে ছাবমেৰিন মোতায়েন কৰাৰ সিদ্ধান্ত কেৱল প্ৰতিক্ৰিয়াশীলেই নহয়, ই এক কৌশলগত বাৰ্তাও যে ৱাশ্বিংটনে ৰাছিয়াক কেন্দ্ৰ কৰি পাৰমাণৱিক চাপ আৰু গভীৰ কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd