• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ আফ্ৰিকাৰ ওপৰত ক্ষুব্ধ ট্ৰাম্প; আমেৰিকাই বৰ্জন কৰিলে জি-২০ শীৰ্ষ সন্মিলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2025 7:44 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে এইবাৰ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত আমেৰিকা চৰকাৰৰ কোনো বিষয়াই অংশগ্ৰহণ নকৰে। ইয়াৰ কাৰণ হিচাপে তেওঁ দক্ষিণ আফ্ৰিকা চৰকাৰে শ্বেতাংগ কৃষক (আফ্ৰিকান)ৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে।

ড’নাল্ড ট্ৰাম্পে কয় যে দক্ষিণ আফ্ৰিকাত শ্বেতাংগ কৃষকৰ লগত কৰা ব্যৱহাৰৰ বাবে এইবাৰ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত আমেৰিকা চৰকাৰৰ কোনো বিষয়াই অংশগ্ৰহণ নকৰে। অৱশ্যে দক্ষিণ আফ্ৰিকাৰ বিষয়াসকলে ট্ৰাম্পৰ এই দাবী নাকচ কৰিছে।

Apply Now

ট্ৰাম্পে পূৰ্বে ঘোষণা কৰিছিল যে ২২-২৩ নৱেম্বৰত প্ৰধান আৰু উদীয়মান অৰ্থনীতিৰ নেতাসকলৰ বৈঠকত তেওঁ অংশগ্ৰহণ নকৰে আৰু তেওঁৰ ঠাইত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স যোগদান কৰাৰ কথা আছিল। অৱশ্যে এই সন্মিলনৰ বাবে ভেন্সে দক্ষিণ আফ্ৰিকালৈ নাযায় বুলি জনা গৈছে।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, ‘দক্ষিণ আফ্ৰিকাত জি-২০ অনুষ্ঠিত কৰাটো একেবাৰে লজ্জাজনক।’ তেওঁ দক্ষিণ আফ্ৰিকাক শ্বেতাংগ আফ্ৰিকানসকলৰ ওপৰত ভূমি দখল আৰু আক্ৰমণকে ধৰি অত্যাচাৰৰ অভিযোগ উত্থাপন কৰিছে।

ট্ৰাম্প প্ৰশাসনে দক্ষিণ আফ্ৰিকা চৰকাৰক বাৰে বাৰে সমালোচনা কৰি সংখ্যালঘু শ্বেতাংগ কৃষকৰ বিৰুদ্ধে বৈষম্য আৰু হিংসাৰ প্ৰচাৰৰ অভিযোগ উত্থাপন কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰশাসনে ঘোষণা কৰিছিল যে তেওঁলোকে শ্বেতাংগ দক্ষিণ আফ্ৰিকানসকলক অগ্ৰাধিকাৰ দিব, যাৰ ফলত ইয়াৰ বাৰ্ষিক শৰণাৰ্থী গ্ৰহণৰ সংখ্যা ৭৫০০ লৈ ব্যাপকভাৱে হ্ৰাস পাব।

ইপিনে, দক্ষিণ আফ্ৰিকাৰ বিষয়াসকলে ট্ৰাম্পৰ এই দাবী নাকচ কৰি কয় যে বৰ্ণবৈষম্যৰ অন্ত পৰাৰ তিনিটা দশকৰো অধিক সময়ৰ পাছত বেছিভাগ কৃষ্ণাংগ দক্ষিণ আফ্ৰিকাৰ লোকতকৈ শ্বেতাংগ নাগৰিকে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিছে। ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই কয় যে তেওঁ ট্ৰাম্পক কৈছে যে শ্বেতাংগ কৃষকৰ ওপৰত পদ্ধতিগতভাৱে অত্যাচাৰৰ বাতৰি সম্পূৰ্ণ মিছা।

কূটনৈতিক উত্তেজনাৰ মাজতো ট্ৰাম্পে নিজৰ সমালোচনাত অটল আছে। চলিত সপ্তাহৰ আৰম্ভণিতে মিয়ামীত দিয়া ভাষণত তেওঁ কয় যে দক্ষিণ আফ্ৰিকাক জি-২০ৰ পৰা বাদ দিয়া উচিত। ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই জি-২০ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক বৰ্জন কৰিছিল কাৰণ তেওঁ বৈচিত্ৰ্য, অন্তৰ্ভুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰা এজেণ্ডাৰ বিৰুদ্ধে আপত্তি কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd