DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’ণাই লগালে কেৰোণ : ২০২১ৰ ৬ জুলাইত WHO এৰিব আমেৰিকাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2020 3:22 pm
-1224535313
10.3k
VIEWS
Share on FacebookShare on Twitter

সৌ সিদিনালৈ সংস্থাটোৰ সৈতে আমেৰিকাৰ আছিল গাখীৰ-মিঠৈ সম্পৰ্ক ।

বহুতে কোৱা-কুই কৰিছিল আমেৰিকাৰ কথা মতে হেনো সংস্থাটোৱে উঠা-বহা কৰে।

যি কি নহওঁক, সংস্থাটো অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে আমেৰিকাৰ এতিয়া অহি-নকুল সম্পৰ্ক।

নহ’বই  বা কিয়—বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে শেহতীয়াকৈ আমেৰিকাৰ কম নগুৰ-নাকতি হৈছেনে?

বিশ্ব স্বাস্থ্য সংস্থাই ক’লে—ক’ৰ’ণা ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত নহয়।

ভাল কথা আমেৰিকাই লকডাউন ঘোষণা নকৰাকৈয়ে নিশ্চিত মনে বহি থাকিল।

কিন্তু সময়ত দেখা গ’ল কথাবোৰ ওলোটা।

বিশ্ব স্বাস্থ্য সংস্থাই কোৱা কথা মিছা। নিশাটোৰ ভিতৰতে হাজাৰ হাজাৰ মানুহ আমেৰিকাত আক্ৰান্ত হ’ল ক’ৰ’ণা ভাইৰাছত।

খং উঠিবলগীয়া কথা নহয় নে বাৰু?

ইয়াৰ পিছত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ক’লে—ক’ৰ’ণা ভাইৰাছ চীনে ওহান প্ৰদেশৰ পৰীক্ষাগাৰত সৃষ্টি কৰিছে।

এইবাৰো বিশ্ব স্বাস্থ্য সংস্থাই ক’লে—নাই, নাই চীনৰ বিৰুদ্ধে ইয়াৰ কোনো প্ৰমাণ নাই।

জ্বলা জুইত যেন ঘিউহে পৰিল।

ট্ৰাম্পে ক’লে—অৰ্থ সাহায্য দিয়া নহ’ব বিশ্ব স্বাস্থ্য সংস্থাক।

২৯ মে’’ত ট্ৰাম্পে ঘোষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক ত্যাগ কৰিব আমেৰিকাই।

কথা মতে কাম,ৰাষ্ট্ৰসংঘলৈ চিঠি লিখি এই কথা জনালে ট্ৰাম্পে।

চিঠিত লিখা আছিল—২০২১ৰ ৬ জুলা্ইত বিশ্ব স্বাস্থ্য সংস্থাৰ  পৰা ওলাই আহিব আমেৰিকা।

ক’ৰ’ণাই কেৰোণো লগায়, প্ৰমাণ হ’ল সেই কথা।

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd