• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘পুৰুষৰ প্ৰৱেশ নিষেধ!’- এইদৰে মহিলাৰ ক্ৰীড়া শিতানত ট্ৰান্সজেণ্ডাৰ খেলুৱৈৰ অংশগ্ৰহণ নিষিদ্ধ ড’নাল্ড ট্ৰাম্পৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2025 10:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰ পৰা ট্ৰান্সজেণ্ডাৰ খেলুৱৈয়ে আৰু মহিলা ক্ৰীড়াত অংশগ্ৰহণ কৰিব নোৱাৰিব! এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই কথা ঘোষণা কৰে। বুধবাৰেও এই সন্দৰ্ভত এক কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে।

বুধবাৰে হোৱাইট হাউছত এই নতুন কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে ট্ৰাম্পে। তেওঁৰ লগত আছিল কেইবাগৰাকীও শিশু আৰু মহিলা খেলুৱৈ। আমেৰিকাৰ সদনৰ অধ্যক্ষ মাইক জনছন আৰু কংগ্ৰেছী মাৰ্জাৰী গ্ৰীণকে ধৰি ৰিপাব্লিকান দলৰ শীৰ্ষ নেতাসকলো উপস্থিত থাকে। কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ পিছত ট্ৰাম্পে বিজয়ী হাঁহি এটা মাৰি ক’লে, “আজিৰ পৰা ছোৱালীৰ ক্ৰীড়াৰ বিৰুদ্ধে চলি থকা এখন দীঘলীয়া যুদ্ধৰ অন্ত পৰিল!”

Apply Now

ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে ট্ৰাম্পে স্পষ্ট কৰি দিলে যে এতিয়াৰ পৰা আমেৰিকাত দুটা লিংগ – পুৰুষ আৰু মহিলাহে চৰকাৰী অভিলেখত থাকিব। ট্ৰাম্পৰ শাসনকালত আন কোনো লিংগ পৰিচয়ে স্বীকৃতি নাপাব! চলিত বৰ্ষৰ জানুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ট্ৰাম্পে এই বিষয়ত অতি সোনকালে কাৰ্যবাহী আদেশ জাৰি কৰাৰ কথা ঘোষণা কৰে। বিভিন্ন সূত্ৰৰ পৰা জল্পনা-কল্পনা আৰম্ভ হৈছে যে এতিয়াৰ পৰা পাছপ’ৰ্ট, ভিছা, আৰু আন সকলো চৰকাৰী নথি-পত্ৰত পুৰুষ-মহিলা উভয় লিংগৰ কথা উল্লেখ থাকিব। এই নিৰ্দেশনা অনুসৰি চৰকাৰী নীতিত এজন ব্যক্তিৰ শাৰীৰিক ৰূপৰ ওপৰত ভিত্তি কৰিহে লিংগ উল্লেখ কৰা হ’ব।

ইয়াৰ পূৰ্বে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে ট্ৰান্সজেণ্ডাৰৰ বাবে চৰকাৰী নথি-পত্ৰত পৃথক লিংগৰ নীতি প্ৰৱৰ্তন কৰিছিল। চাৰি বছৰ পূৰ্বে অভাল অফিচত প্ৰথম দিনাই এই নীতি প্ৰৱৰ্তন কৰিছিল বাইডেনে। দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ লগে লগে ট্ৰাম্পে সেই নীতি সলনি কৰাৰ উদ্যোগ লৈছিল। দৰাচলতে ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰায় ৫০ শতাংশই সমকামী আৰু ট্ৰান্সজেণ্ডাৰ বিৰোধী অপপ্ৰচাৰেৰে গঠিত আছিল। ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণৰ দিনা ৱাশ্বিংটনৰ বিচপ মেৰিয়ান এগডাৰ বাডে ট্ৰাম্পক সমাজত সমকামী আৰু ট্ৰান্সজেণ্ডাৰৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ পোনপটীয়াকৈ আহ্বান জনায়। কিন্তু ট্ৰাম্প, আকোৰগোজে হৈ আছে। সেই পৰিৱেশত এই নিৰ্দেশনাক লৈ বিতৰ্ক আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd