• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘আমেৰিকাত কোভিড১৯ত আক্ৰান্ত হৈ ১ লাখ লোকৰ মৃত্যু ঘটিব!’; ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 4, 2020 2:40 pm

2 min read

_112100915_bfdac47f-7726-4774-b131-458aeccedfce
9k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ প্ৰায় ১ লাখ লোকৰ মৃত্যু হ’ব পাৰে বুলি সতৰ্কবাণী কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

এই পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰত কোভিড ১৯-ত আক্ৰান্ত হৈ ৬৭,০০০ লোকৰ মৃত্যু হৈছে।

আনহাতে এই বছৰৰ শেষৰফালে ক’ৰ’না ভাইৰাছৰ ভেকচিন তৈয়াৰ হৈ উঠিব বুলি ট্ৰাম্প আশাবাদী। অৱশ্যে দেশখনৰ চিকিৎসা বিশেষজ্ঞসকলৰ মতে ভেকচিন তৈয়াৰ কৰিবলৈ আৰু ১২ৰ পৰা ১৮ মাহ সময় লাগিব।

‘মই ভাৱো এই বছৰৰ শেষৰফালে আমি এটা ভেকচিন পাম। ডাক্তৰসকলে ক’ব, আপুনি সেইটো ক’ব নালাগিছিল। মই যি ভাৱো তাকেই ক’ম…মই ভাৱো আমি সোনকালেই এটা ভেকচিন উলিয়াব পাৰিম।’ Fox Newsৰ আগত ট্ৰাম্পে কয়।

অৱশ্যে দেশখনৰ এগৰাকী শীৰ্ষ সংক্ৰামক ৰোগ বিশেষজ্ঞ ডা০ এন্থনি ফাউচি আৰু ইংলেণ্ডৰ মুখ্য চিকিৎসা বিষয়া ক্ৰিছ হুৱাইটিয়ে ট্ৰাম্পৰ এই অনুমান মানি লোৱা নাই।

ডাঃ ফাউচিয়ে ইতিমধ্যে কৈছে যে কোভিড১৯ৰ ভেকচিন আৱিস্কাৰ কৰিবলৈ আৰু ১৮ মাহ লাগিব। আনহাতে প্ৰফেচৰ হুৱাইটিৰ মতে অহা বছৰ মানতহে কাৰ্যক্ষম ভেকচিন উদ্ভাৱন কৰা সম্ভৱপৰ হ’ব।

উক্ত সাক্ষাৎকাৰত ট্ৰাম্প প্ৰশাসনে ক’ৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণত ব্যৰ্থ হোৱা বুলি উঠা অভিযোগ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে খণ্ডন কৰে।

ক’ৰ’নাৰ উৎপত্তি আৰু সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চীনে গাফিলতি কৰিলে বুলি পুনৰ অভিযোগ কৰে ট্ৰাম্পে। ‘মই ভাবো তেওঁলোক ডাঙৰ ভুল কৰিলে আৰু তেওঁলোকে স্বীকাৰ কৰিব খোজা নাই। আমি তালৈ যাব খুজিছো। তেওঁলোকে আমাক যোৱাতো বিচৰা নাই।’ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়।

Tags: COVID-19

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd