• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সুস্বাস্থ্যৰ উত্তম উৎস বীনঃ উপকাৰিতা জানিলে আপুনিও হ’ব উপকৃত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2024 5:52 pm
Beans Health Benefits
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ পাকঘৰত সততে উপলব্ধ থকা এবিধ পাচলি হৈছে সেউজীয়া বীন অৰ্থাৎ ফেন্স বীন। তেনেই সাধাৰণ যেন লাগিলেও এই পাচলিবিধ পিছে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰ উত্তম উৎস। ব্যক্তিৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত বীন যথেষ্ট উপকাৰী।

ফেন্স বীনৰ এনে কিছু স্বাস্থ্য উপকাৰিতাৰ বিষয়ে চাওঁ আহকঃ

Apply Now

১/ পুষ্টিকৰ উপাদান সমৃদ্ধ

ফেন্স বীনত ভিটামিন চি, ভিটামিন কে, আৰু ফ’লেট আদি উপাদানৰ লগতে মেংগানিজ আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে। এই পুষ্টিকৰ উপাদানসমূহে সামগ্ৰিক স্বাস্থ্য বিকশিত কৰে আৰু শৰীৰৰ বিভিন্ন কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

২/ এন্টিঅক্সিডেন্ট গুণ

ফেন্স বীনত ফ্লেভনয়ড আৰু কেৰটিনয়ডকে ধৰি এন্টিঅক্সিডেন্ট থাকে, যি শৰীৰৰ ক্ষতিকাৰক পদাৰ্থ নিষ্ক্ৰিয় কৰাত সহায় কৰে। ইয়াৰ ফলত অক্সিডেটিভ চাপ আৰু প্ৰদাহ হ্ৰাস পায়।

৩/ হৃদযন্ত্ৰৰ স্বাস্থ্য

বীনত থকা আঁহ, পটাছিয়াম আৰু ফ’লেটৰ পৰিমাণে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত, কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত আৰু সামগ্ৰিকভাৱে হৃদযন্ত্ৰক সুৰক্ষা প্ৰদান কৰে।

৪/ হাড়ৰ স্বাস্থ্য

বীনত ভিটামিন কে আৰু মেংগানিজ থাকে, যিবোৰ হাড়ৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। এই পুষ্টিকৰ উপাদানসমূহে হাড়ত খনিজ পদাৰ্থৰ ঘনত্বত অৰিহণা যোগায়, যাৰ ফলত অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা হ্ৰাস পায়।

৫/ চুগাৰ নিয়ন্ত্ৰণ

ফেন্স বীনত থকা ফাইবাৰৰ পৰিমাণে গ্লুক’জৰ শোষণ লেহেমীয়া কৰি তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডায়েবেটিছ ৰোগী বা ডায়েবেটিছ হোৱাৰ আশংকা থকা ব্যক্তিৰ বাবে ই উপকাৰী হ’ব পাৰে।

৬/ পাচনতন্ত্ৰৰ স্বাস্থ্য

বীনত থকা আঁহে শৌচ নিয়মীয়া কৰে, কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু উপকাৰী আন্ত্ৰিক বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে।

৭/ ওজন নিয়ন্ত্ৰণ

বীনত কেলৰি কম আৰু ফাইবাৰ বেছি, যাৰ বাবে বীন পুষ্টিকৰ খাদ্য হিচাপে অত্যন্ত উত্তম। খাদ্যত বীনৰ অন্তৰ্ভুক্তিয়ে সামগ্ৰিক কেলৰি গ্ৰহণ হ্ৰাস কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

৮/ চকুৰ স্বাস্থ্য

ফেন্স বীনত বিটা-কেৰটিন আৰু লুটিনকে ধৰি কেৰটিনয়ড থাকে, যিবোৰ চকুৰ স্বাস্থ্যৰ লগত জড়িত। এই যৌগবোৰে বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচন আৰু চকুৰ অন্যান্য বিকাৰৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

৯/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

বীনত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই শ্বেত ৰক্তকণিকা উৎপাদনত অৰিহণা যোগায় আৰু এন্টিঅক্সিডেন্ট হিচাপে কাম কৰি শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

১০) গৰ্ভাৱস্থাত উপকাৰী

ফেন্স বীন গৰ্ভৱতী মহিলাৰ বাবে এক গুৰুত্বপূৰ্ণ পুষ্টিকৰ পদাৰ্থ ফোলেটৰ উত্তম উৎস। গৰ্ভাৱস্থাত পৰ্যাপ্ত পৰিমাণে ফল’লেট সেৱনে স্নায়ু নলীৰ সমস্যা ৰোধ কৰাত সহায় কৰে আৰু ভ্ৰুণৰ সুস্থ বিকাশত সহায় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd