• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰীক নিয়মিত যৌন নিৰ্যাতনৰ অভিযোগ; শিক্ষকক বিৱস্ত্ৰ কৰি ঘূৰাই আৰক্ষীক গতালে অভিভাৱকে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2024 12:29 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিউচন শিক্ষকে ছাত্ৰীৰ সৈতে আপত্তিজনক আচৰণ কৰিছিল। এনে অভিযোগত স্থানীয় লোক আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে তেওঁক বিৱস্ত্ৰ কৰি খোজ কঢ়ালে। আৰক্ষীয়ে জনোৱা মতে, মহাৰাষ্ট্ৰৰ পালঘৰৰ এই ঘটনাত শিক্ষকজনক জিম্মাত লৈ এফআইআৰ ৰুজু কৰিছে গোচৰ।

সূত্ৰ অনুসৰি, পালঘৰৰ ভিৰাৰ অঞ্চলত হঠাতে ১৩ বছৰীয়া এগৰাকী কিশোৰীয়ে হঠাতে টিউচন ক্লাছত যোৱা বন্ধ কৰি দিয়াত পিতৃ-মাতৃয়ে সোধপোছ কৰে। প্ৰথমতে তাই একো ক’ব বিচৰা নাছিল যদিও পিছত সেই টিউচন শিক্ষকে তাইক যৌন নিৰ্যাতন চলাইছিল বুলি জনায়।

ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে একাংশ লোকক লৈ অভিযুক্ত শিক্ষকজনক আক্ৰমণ কৰে। প্ৰথমতে বাক্-বিতণ্ডা আৰম্ভ হৈ পিছত হতাহতিত পৰিণত হয়। শেষত সকলোৱে শিক্ষকজনক ক্লাছৰ পৰা উলিয়াই আনিলে। কাপোৰকানি খুলি ৰাস্তাত খোজ কঢ়োৱা হয়।

Apply Now

লগতে পঢ়কঃ ভ্ৰাম্যমাণৰ মঞ্চত বাইকসহ বাগৰি পৰি আঘাতপ্ৰাপ্ত অভিনেতা যতীন বৰা, আহত আন ৭জন

আৰক্ষীয়ে জনোৱা মতে, সেই ছোৱালীজনীৰ বাহিৰেও শিক্ষকগৰাকীয়ে টিউচনত আন ছোৱালীৰ লগতো অসৎ আচৰণ কৰিছিল। অভিযোগ লাভ কৰাৰ পিছতে তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে জিম্মাত থকা অভিযুক্তক জেৰা কৰি আছে। জবানবন্দীও লোৱা হয়। POCSOৰ অধীনত গোচৰ ৰুজু কৰা হ’ব।

উল্লেখ্য যে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ বদলাপুৰত দুগৰাকী চাৰি বছৰীয়া স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্ত প্ৰতিবাদ-আন্দোলনত উত্তাল হৈ পৰে। অভিযোগ অনুসৰি ইংৰাজী মাধ্যমৰ এখন বিদ্যালয়ৰ শৌচাগাৰৰ ভিতৰত বিদ্যালয়খনৰ চাফাই কৰ্মীয়ে দুগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাইছিল। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে তোলপাৰ লাগে।

লগতে পঢ়কঃপৃথিৱীৰ পৰা নোহোৱা হৈ যাব পুৰুষ প্ৰজাতি! ভয়ংকৰভাৱে হ্ৰাস পাইছে Y ক্ৰম’জম

আৰক্ষীৰ তদন্ত অনুসৰি ঘটনাৰ সময়ত শৌচাগাৰটোত কোনো মহিলা কৰ্মচাৰী নাছিল। লগতে বিদ্যালয়খনৰ প্ৰায়বোৰ চিচিটিভি কেমেৰা বিকল আছিল। ৰাজ্য চৰকাৰে থানেৰ আৰক্ষী আয়ুক্তকো এই গোচৰটো ফাৰষ্ট ট্ৰেক আদালতত কৰিবলৈ নিৰ্দেশ দিছে। অভিযোগৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই অধ্যক্ষগৰাকীক নিলম্বন কৰে। ক্লাছ টিচাৰ আৰু আয়াকো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

বদলাপুৰ গোচৰৰ তদন্ত এতিয়াও চলি আছে, প্ৰতিবাদো চলি আছে। ইফালে তাৰমাজতে চৰ্চালৈ আহিল পালঘৰৰ এই ঘটনা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd