• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি : প্ৰসাদ ল’বলৈ সাজু কপিকুল

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 13, 2018 10:26 am
IMG-20181005-WA0024
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাৰদীয় দুৰ্গা পূজালৈ ঐতিহাসিক শ্ৰী টুক্ৰেশ্বৰী দেৱালয় সাজু হৈ উঠিছে৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পৰা চাৰি কিলোমিটাৰ আঁতৰত অৱস্থিত বান্দৰৰ ৰজা খ্যাত ঐতিহাসিক শ্ৰী টুক্ৰেশ্বৰী দেৱালয় ৰজা দিনীয়া পৰম্পৰা অনুসৰি অনুষ্ঠিত হব শাৰদীয় দুৰ্গা পূজা৷ দেৱালয় পৰিচালনা সমিতিয়ে ইতিমধ্যে পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷

১৭ শতিকাৰ শেষ ভাগত বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰাই ঐতিহাসিক শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত শাৰদীয়  পূজা অনুষ্ঠিত হৈ আহিছে৷

Apply Now

ৰজা দিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি জাকজমকতাক পৰিহাৰ কৰি মৃন্ময় মূৰ্তি অবিহনে শাৰদীয় পূজা অনুষ্ঠিত হয় এই দেৱালয়ত৷ ঐতিহাসিক এই দেৱালয়খনত পূজাৰ আটাইকেইটা দিনতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত দেৱালয় এক জনসমুদ্ৰত পৰিণত হয়৷ প্ৰবাদমতে সতীৰ দেহৰ দুটা অংগ জিভা আৰু বাওঁ উৰু পৰিছিল এই টুক্ৰেশ্বৰী দেৱালয়ত৷

টুক্ৰেশ্বৰী দেৱালয় বান্দৰৰ ৰজাৰ বাবে বিখ্যাত। জনবিশ্বাসমতে, দেৱালয়খনৰ বান্দৰ সমাজ পৰিচালিত হয় এগৰাকী বান্দৰৰ ৰজাৰ দ্বাৰা৷
বান্দৰ সাধাৰণতে ফলহাৰী হয় যদিও ইয়াৰ বান্দৰ ৰক্তপায়ী৷ মহা নৱমীত দেৱালয় খনত হাহ, পাৰ, ম’হকে ধৰি লক্ষ্য বলি দান দিয়া হয়।

উল্লেখ্য যে মহা নৱমীৰ ম’হ বলিৰ তেজ পান কৰিব টুক্ৰেশ্বৰীৰ কপি কুলে৷ মহা নৱমীৰ এই দিনটোত টুক্ৰেশ্বৰী দেৱালয়ত হাজাৰ হাজৰৰ ভক্তপ্ৰাণ লোকৰে বিৰ দি বাট নোপোৱা অৱস্থা হয়৷
ইফালে জিলাখনৰ বিভিন্ন স্থানৰ লগতে কৃষ্ণাইতো এইবেলা ১৪খন মণ্ডপত অনুষ্ঠিত হব শাৰদীয় দুৰ্গা পূজা৷
দুৰ্গাবাৰী, বাবুপাৰা, কৰ্মকাৰপাৰা, জ্যোতিনগৰ, জাগ্ৰতপাৰা পূজা সমিতি সমূহে ইতিমধ্যে আটকধুনীয়াকৈ মণ্ডপ সমূহ সাজি উলিয়াইছে৷

এই বেলি বৌদ্ধ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা জাগ্ৰতপাৰা পূজা মণ্ডপে দৰ্শকৰ বাবে আৰ্কষণীয় হৈ উঠিছে৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd