• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানুহে মানুহৰ বাবে; ল’কডাউনত পদপথত বাস কৰা লোকৰ সহায়ৰ বাবে ওলাই আহিল এই গৰাকী ব্যক্তি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 26, 2020 8:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰীয়ে ২৪ মাৰ্চত ক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ পাছত ভাৰতৰ লগতে ৰাজ্যৰ বহু সাধাৰণ মানুহ বিপদত পৰিছে।

এই সময়ত অসমত মহানুভৱতাৰ পৰিচয় দিছে এজন ব্যক্তিয়ে ৷ সাধৰণ হলেও ব্যক্তিজনে এক অসাধৰণ মানৱহিতকৰ কাম কৰি দেখুৱাইছে ৷

Apply Now

মহানগৰীৰ ৰাজপথৰ ফুটপাথত বাস কৰা অঘৰী লোক সকলৰ বাবে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত প্ৰত্যেক দিনে খাদ্যৰ যোগান ধৰি আহিছে তুলতুল কছাৰী নামৰ এজন ব্যৱসায়ীয়ে।

আজি বৃহস্পতিবাৰে তেওঁ গনেশগুৰিৰ পৰা উলুবাৰীলৈ পদপথত থকা প্ৰতিজন অঘৰী লোকক আহাৰ প্ৰদান কৰে ৷

প্ৰায় ৭০ ৰ পৰা ৮০ গৰাকী মানুহক খাদ্য বিতৰণ কৰে ফুটপাথত ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা কছাৰীয়ে।

যি সময় ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে সেই সময়ত  তুলতুল কছাৰীয়ে মানৱ সেৱাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে।

ল’কডাউনৰ পাছত জৰুৰীকালীন সেৱা সমূহৰ বাদে ৰাজপথত কোনো পথচাৰী নাই, দোকান -পোহাৰ সমূহো প্ৰায় বন্ধ হৈ আছে ৷ ফুটপাথত বাস কৰা লোক সকলে এনে সময়ত ভিক্ষা কৰিবলৈও কোনো স্থান পোৱা নাই যাৰ ফলত তেওঁলোকে অনাহাৰে দিন কটাবলগীয়া হৈছে ৷

‘‘মই পদাচাৰী সকলক খাদ্য যোগান ধৰাৰ আগত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্বন্ধেও সজাগতা অৱলম্বন কৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশনাৱলী সমূহ পালন কৰিবলৈ অনুৰোধ কৰিছো,’’ তুলতুল কছাৰীয়ে আমাৰ সাংবাদিকৰ আগত জনায়।

তদুপৰি, পদপথত বাসকৰা বহু কেইগৰাকী অঘৰী লোকে ৩-৪ দিন পৰ্য্যন্ত লঘোণে থকাৰ কথাও তেওঁ ব্যক্ত কৰে।

উল্লেখযোগ্য যে, তুলতুল কছাৰীয়ে খাদ্যৰ লগতে মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰাৰ কথা ভাবিছিল যদিও বজাৰত সহজলভ্য নহোৱা বাবে উক্ত সামগ্ৰী কেইপদ তেওঁ বিতৰণ কৰিব নোৱাৰিলে বুলি দুখ ব্যক্ত কৰি ভবিষ্যতে যদি সহজলভ্য হয়  বিতৰণৰ ব্যৱস্থা কৰিব বুলি কয়।

পদপথত বাস কৰা লোক সকলক খাদ্য সামগ্ৰী বিতৰণৰ সময়ত কছাৰীক দোকানৰ কৰ্মচাৰী সকলে সহযোগ কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd