• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংসদৰ অধিবেশনত ভাগ লোৱাৰ বাবে মধুচন্দ্ৰিকা বাতিল মেঘালয়ৰ সাংসদ আগথা চাংমাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 5, 2019 4:54 pm

1 min read

Agatha

আগাথা চাংমা

14.4k
VIEWS
Share on FacebookShare on Twitter

সংসদৰ শীতকালীন অধিবেশনত অংশগ্ৰহণ কৰাৰ বাবে মধুচন্দ্ৰিকা ত্যাগ কৰিছে মেঘালয়ৰ তুৰা সমষ্টিৰ নেশ্যনেল পিপ’লছ পাৰ্টি(এন পি পি)ৰ সাংসদ আগাথা চাংমাই।

বুধৰাবে কেন্দ্ৰীয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱাৰ দিনাখন আগাথাই লোকসভাত অংশগ্ৰহণ কৰে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ভগ্নী তথা সাংসদ আগাথা চাংমাই ২১ নবেম্বৰত চিকিৎসক পেট্ৰিক ৰংমা মাৰাকৰ সৈতে বিবাশপাশত আবদ্ধ হৈছিল।

বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই জনোৱা মতে, অহা সপ্তাহতে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰা হ’ব।

উল্লেখযোগ্য যে, সদনত সাংসদ সকলৰ সেৰেঙা উপস্থিতিৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসন্তুষ্টি ব্যক্ত কৰি সাংসদ সকলক উপস্থিতিৰ হাৰ বৃদ্ধি কৰিবলৈ আহ্বান জনায়।

উত্তৰ-পূৱত এন পি পি যদিও বিজেপি নেতৃত্বাধীন নেডাৰ অংশীদাৰি দল তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে।

সূত্ৰৰ পৰা লাভ কৰা খবৰ মতে, আগাথাই লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিতৰ্কত অংশ ল’লেও ভোটৰ দিনাখন অনুপস্থিত থকাৰ সম্ভাৱনা আছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd