• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলীউদৰ সৰু পৰ্দাৰ ‘কাহানী ঘৰ ঘৰ কী’ৰ তাৰকা অভিনেতা সমীৰ শৰ্মাৰ আত্মহত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 2:41 pm
samir

অভিনেতা সমীৰ শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ সংকটৰ মাজতে বলীউদৰ সৰু পৰ্দাত এইবাৰ ঘটিল আন এক অঘটন। সৰু পৰ্দাৰ এগৰাকী তাৰকাই আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে।

বলীউদৰ সৰু পৰ্দাৰ অভিনেতা সমীৰ শৰ্মাই আত্মহত্যা কৰিছে। তেওঁ মুম্বাইৰ নিজৰ বাসগৃহতে আত্মহত্যা কৰে।

Apply Now

‘কাহানী ঘৰ ঘৰ কী’ ধাৰাবাহিকৰ তাৰকা অভিনেতা সমীৰ শৰ্মাৰ আত্মহত্যাৰ ঘটনাত মলাড আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছে।

জানিব পৰা মতে, ৪৪বছৰীয়া অভিনেতা সমীৰ শৰ্মাই মলাড পশ্চিমত অৱস্থিত ছিএচএস বিল্ডিঙত থকা নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিনেতাগৰাকীৰ আত্মহত্যা দুই-তিনিদিন আগতে সংঘটিত হৈছে। কিয়নো আৰক্ষীয়ে ঘৰটোত প্ৰৱেশ কৰি মৃতদেহটো উৱলিবলৈ আৰম্ভ কৰা দেখা পায়।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে অভিনেতাগৰাকীয়ে চলিত বছৰৰ ফেব্ৰুৱাৰি মাহত এপাৰ্টমেন্টটো ক্ৰয় কৰিছিল।

বুধবাৰে নিশা কৰ্ত্যৱত থকা  চকীদাৰে সমীৰ শৰ্মাৰ শৱটো ওলমি থকা প্ৰত্যক্ষ কৰে। তেওঁৰ শৱটো পাকঘৰৰ ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে গোটেই ঘৰটোতে তালাচী অভিযান চলাইছে আৰু ঘটনাটোৰ সৈতে বিত্তীয় দিশৰ সম্পৰ্কটোও খুঁটিয়াই চাইছে।

অভিনেতা সমীৰ শৰ্মাই কেইবাখনো টিভি ধাৰাবাহিকত কাম কৰিছিল। ইয়াৰ ভিতৰত আছিল ‘কাহানী ঘৰ ঘৰ কি’, য়ে ৰিস্তে হে প্যাৰ কে’, লেফ্ট ৰাইট লেফ্ট’,গীত হুই চবচে পৰাই’ দিল চাহতা হেই’ ‘আয়ুষ্মান ভৱ’ ‘প্যাৰ কা ক্যা নাম দু’ ইত্যাদি।

অভিনেতাগৰাকীয়ে বিজ্ঞাপন আৰু মডেলিঙৰো কাম কৰিছিল। দিল্লীৰ বাসিন্দা সমীৰ শৰ্মাই অধ্যয়ন সমাপ্ত কৰাৰ পাছত বাংগালোৰলৈ গৈছিল। তাত তেওঁ বিজ্ঞাপন সংস্থাত কাম কৰিছিল।

ইয়াৰ পাছতে তেওঁ মুম্বাইলৈ অভিনয়ৰ সপোন লৈ আহি সেই সপোন বাস্তৱায়িত কৰিবলৈ সক্ষমো হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd