• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছত্তীশগড়ত দুটা পৃথক সংঘৰ্ষত নিহত ২২ জন মাওবাদী; নিহত ১ জন আৰক্ষী কৰ্মীও

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 20, 2025 3:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছত্তীশগড়ৰ বিজাপুৰত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তুমুল সংঘৰ্ষ ঘটে। দুটা পৃথক এনকাউণ্টাৰত ২২ জন মাওবাদী নিহত হয়। সংঘৰ্ষত এজন আৰক্ষী কৰ্মীৰো মৃত্যু ঘটিছে। বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা বিজাপুৰ আৰু দান্তেৱাড়া জিলাৰ সীমান্তত দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।

সূত্ৰ অনুসৰি আজি পুৱা গংগালুৰ থানা এলেকাত মাওবাদীৰ বিৰুদ্ধে ছত্তীশগড় আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ জোৱানে অভিযান আৰম্ভ কৰে। গংগালুৰ আৰক্ষী থানা বিজাপুৰ জিলাত। প্ৰথমৰে পৰাই অঞ্চলটো চাৰিওফালে ঘেৰি লৈ নিশ্চিদ্ৰ তালাচী আৰম্ভ কৰা হয়।

Apply Now

আৰক্ষীক দেখাৰ লগে লগে জংঘলত আত্মগোপন কৰি থকা মাওবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰে। তেওঁলোকৰ গুলীত নিহত হয় ছত্তীশগড় জিলা ৰিজাৰ্ভ গাৰ্ডৰ এজন আৰক্ষী কৰ্মী।

এই পৰ্যন্ত বিজাপুৰ জংঘলৰ পৰা এই সংঘৰ্ষত নিহত ১৮ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মাওবাদীয়ে ব্যৱহাৰ কৰা ৰাইফল আৰু বিস্ফোৰক জব্দ কৰা হৈছে। সংঘৰ্ষ এতিয়াও বন্ধ হোৱা নাই। ইপিনে, কাংকেৰ বনাঞ্চলত উদ্ধাৰ হৈছে আৰু চাৰিজন মাওবাদীৰ মৃতদেহ।

ইয়াৰ পূৰ্বে মাওবাদীয়ে বাঘৰ বসতি বনাঞ্চলত শিবিৰ পাতিছিল। তেওঁলোকক উৎখাত কৰিবলৈ মধ্য প্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যানত যুটীয়া বাহিনীয়ে অভিযান চলায়। দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত ৰক্তাক্ত হৈ পৰে কানহা টাইগাৰ ৰিজাৰ্ভ। মধ্যপ্ৰদেশৰ এই বিখ্যাত বাঘ্ৰ অৰণ্যৰ মূল অঞ্চলত দেওবাৰে বিয়লি যৌথ বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন মাওবাদী নিহত হয়। বাকীবোৰৰ সন্ধানত দেওবাৰে বিয়লিৰ পৰা সোমবাৰে নিশালৈকে বাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কম্বিং অপাৰেছন চলাইছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদী সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছে। চত্তীশগড়ৰ বিভিন্ন অঞ্চলত মাওবাদীৰ বিৰুদ্ধে চলা অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে আমি দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰিম। যাতে দেশৰ কোনো নাগৰিকে তেওঁলোকৰ বাবে প্ৰাণ হেৰুৱাব লগা নহয়। এই কাৰণে মই মোৰ সংকল্প পুনৰবাৰ ব্যক্ত কৰিছো।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd