• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আপোনাৰ নামৰ কাষত আছে ব্লু টিক! এইবাৰ টকা বিচাৰিব পাৰে টুইটাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2022 7:27 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Twitter is planning to start charging for the blue tick টুইটাৰে ইয়াৰ ব্যৱহাৰকাৰী প্ৰমাণীকৰণ প্ৰক্ৰিয়া সংশোধন কৰিব বুলি জানিব পৰা গৈছে। টুইটাৰৰ নতুন গৰাকী এলন মাস্কে দেওবাৰে এটা টুইটত এইকথা কৈছিল। বিশ্বৰ অন্যতম প্ৰভাৱশালী ছচিয়েল মিডিয়া প্লেটফৰ্মৰ দায়িত্ব লোৱাৰ কেইদিনমান পিছতে তেওঁ এইটো কৈছে।

কি পৰিৱৰ্তন হ’ব পাৰে সেই সন্দৰ্ভত কোনো বিশদ নজোৱনাকৈ মাস্কে এক টুইটযোগে কয়, “সমগ্ৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়াটো এতিয়া সংশোধন কৰা হৈছে।”

টুইটাৰে ইয়াৰ গ্ৰাহকৰ একাউণ্ট পৰিচয় পৰীক্ষা কৰাৰ পিছত দিয়া ব্লু টিক মাৰ্কৰ বাবে চাৰ্জ কৰাৰ কথা বিবেচনা কৰি আছে বুলি অনুমান কৰা হৈছে। দেওবাৰে বিষয়টোৰ সৈতে পৰিচিত দুজন ব্যক্তিৰ পৰা এইটো জাইব পৰা গৈছে।

Apply Now

লগতে পঢ়ক: মহাৰাষ্ট্ৰত শোকাৱহ দুৰ্ঘটনা: দ্ৰুতবেগী গাড়ীয়ে মহতিয়াই নিলে তীৰ্থযাত্ৰীক, সাতগৰাকীৰ মৃত্যু

যদি পৰিকল্পনাটো কাৰ্যকৰী কৰা হয় তেতিয়া ব্যৱহাৰকাৰীসকলে প্ৰতি মাহে ৪.৯৯ ডলাৰ পৰিশোধ কৰিব লাগিব আৰু টুইটাৰ ব্লুত ছাবস্ক্ৰাইব কৰিব লাগিব। অন্যথা তেওঁলোকৰ ‘প্ৰমাণীকৃত'(ভেৰিফাইড) বেজবোৰ আঁতৰোৱা হ’ব।

টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে এতিয়াও বিষয়টোৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা নাই। পৰিকল্পনাটো এতিয়াও বাতিল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্লেটফৰ্মাৰৰ মতে ই সম্ভৱত: ভেৰিফাইড টুইটাৰ ব্লুৰ এটা অংশ হৈ উঠিব পাৰে

টুইটাৰ ব্লু যোৱা বছৰৰ জুনত প্লেটফৰ্মৰ প্ৰথম ছাবস্ক্ৰিপশ্বন সেৱা হিচাপে মুকলি কৰা হৈছিল। এই ব্লু-ত টুইট সম্পাদনা কৰাৰ সুযোগ আছে। একে সময়তে টুইটাৰ ব্লুয়ে মাহিলী সদস্যতাৰ বাবে টকা পৰিশোধ কৰাৰ ভিত্তিত ‘প্ৰিমিয়াম সুবিধাসমূহৰ একচেটিয়া প্ৰৱেশাধিকাৰ’ আগবঢ়ায়।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত উৎখাত ইউৰোপৰ পৰা নিয়ন্ত্ৰিত সন্ত্ৰাসবাদী চক্ৰ: দুই সদস্যক গ্ৰেপ্তাৰ

এপ্ৰিলত এটা টুইটাৰ জৰীপ ব্যৱহাৰ কৰি মাস্কৰ দাবীৰ পিছত টুইট সম্পাদনা সুবিধাটোও উপলব্ধ কৰা হৈছিল। এই জৰীপত মাস্কে তেওঁৰ লাখ লাখ অনুৰাগীক সুধিছে যে তেওঁলোকে সম্পাদনা বুটাম বিচাৰে নেকি? ৭০ শতাংশতকৈও অধিক ব্যৱহাৰকাৰীয়ে সম্পাদনা বুটামটো বিচাৰিছিল।

ধনকুবেৰ মাস্কে টুইটাৰৰ ছাইটৰ পৰা লগ আউট কৰা ব্যৱহাৰকাৰীসকলক এক্সপ্লোৰ পৃষ্ঠালৈ প্ৰেৰণ কৰিবলৈ কৈছিল যিয়ে ট্ৰেণ্ডিং টুইটসমূহ দেখুৱায়। ঘটনাটোৰ সৈতে পৰিচিত লোকসকলে শেহতীয়াকৈ এই কথা সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd