• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত দুই অপহৰণকাৰী আটক; অপহৃত নাবালিকাক উদ্ধাৰ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , April 25, 2019 10:18 am

1 min read

কৃষ্ণাইত দুই অপহৰণকাৰী আটক; অপহৃত নাবালিকাক উদ্ধাৰ
1.6k
VIEWS
Share on FacebookShare on Twitter

মাকৰ সৈতে বুধবাৰে কৃষ্ণাই সপ্তাহিক বজাৰত বজাৰ কৰিবলৈ আহি অপহৃত হোৱা এগৰাকী ১০ বছৰীয়া নাবালিকাক কৃষ্ণাইৰ আৰক্ষীয়ে আজি পুৱতি নিশা বকোৰ সীমান্তৱৰ্তী হাহিমৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শিশুটিক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে অপহৰণকাণ্ডৰ সৈতে জড়িত নৰভূমিক মাৰাক আৰু চিংচেঙ মাৰাক নামৰ দুই মাক-পুতেকক আটক কৰে।

প্ৰাপ্ত তথ্য মতে কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰকাটাৰ খংখালৰ আনাথ মাৰাকৰ দহ বছৰীয়া জীয়েকে মাকৰ সৈতে বুধবাৰে কৃষ্ণাইৰ সপ্তাহিক বজাৰলৈ অহাৰ পিছতে অপহৃত হৈছিল, পিছত ঘটনাৰ সম্পৰ্কে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অভিযান চলাই বকোৰ হাহিমৰ পৰা নাবালিকা গৰাকীক উদ্বাৰ কৰে।

আটকাধীন দুই অপহৰণকাৰীৰ ঘৰ চুকুনীয়া পাৰাত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সম্প্ৰতি তেওঁঁলোকক তথ্যৰ বাবে জেৰা কৰি থকা হৈছে।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd