• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত আৰক্ষীৰ জিম্মাৰ পৰাই পলাল দুজনকৈ অভিযুক্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 18, 2019 10:28 pm

1 min read

মহানগৰীত আৰক্ষীৰ জিম্মাৰ পৰাই পলাল দুজনকৈ অভিযুক্ত

প্ৰতিনিধিত্বমূলক ছবি

412
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীক চৰম অস্বস্তিত পেলাই আজি গুৱাহাটী মহানগৰীত খোদ আৰক্ষীৰ জিম্মাৰ পৰাই দুগৰাকীকৈ অপৰাধী পলাই যাবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে মহানগৰীৰ জালুকবাৰি আৰক্ষী থানা আৰু ভৰলু আৰক্ষী থানাৰ পৰা হাতত হেণ্ডকাফ লাগি থকা অৱস্থাৰ পৰাই অভিযুক্ত দুজনে পলায়ন কৰে।

ইয়াৰে জালুকবাৰি আৰক্ষী থানাৰ পৰা পলায়ন কৰা অভিযুক্ত গৰাকীক ইন্দ্ৰেশ্বৰ ৰাভা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে এক ডকাইতি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত জালুকবাৰিৰ স্থানীয় লোকে তেওঁক আৰক্ষীক গতাই দিছিল।

আনহাতে ভৰলু আৰক্ষী থানাৰ পৰা পলায়ন কৰা আন গৰাকী অভিযুক্তক ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে গ্ৰেপ্তাৰ কৰাৰ পিছত গুৱাহাটী পানবজাৰস্থিত এম এম চি হস্তপিতালত স্বাস্থ্য পৰীক্ষা কৰাই অনাৰ পিছতে অভিযুক্তজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে।

মহানগৰ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে পলায়ন কৰা অভিযুক্ত লোকদুজনৰ দায়িত্বত থকা আৰক্ষী বিষয়া কেইগৰাকীৰ ওপৰত বিভাগিয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Recent News

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd