• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকলো ক্ষোভ, সকলো প্ৰতিবাদ পানীত পৰিল! জামিন লাভ কৰিলে আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ দুই অভিযুক্তই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 13, 2024 6:31 pm
82
VIEWS
Share on FacebookShare on Twitter

আৰ জি কৰ গোচৰত জামিন লাভ কৰিলে সন্দীপ ঘোষে। লগতে জামিন লাভ কৰিলে অভিজিৎ মণ্ডলে।

সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলে ২০০০ টকাৰ বণ্ডত জামিন লাভ কৰে। এই গোচৰত এতিয়ালৈকে চিবিআইয়ে অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবে শুকুৰবাৰে দুই অভিযুক্তই জামিন লাভ কৰে।

যোৱা আগষ্ট মাহত আৰ জি কাৰ হাস্পতালত চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক হত্যা আৰু ধৰ্ষণৰ গোচৰত তেওঁলোকৰ বিৰুদ্ধে প্ৰমাণ হেৰুৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছিল। একে সময়তে সন্দীপ ঘোষৰ বিৰুদ্ধে চিকিৎসালয়ত আৰ্থিক দুৰ্নীতিৰ গোচৰ ৰুজু হৈছিল।

অৱশ্যে আৰ জি কৰ গোচৰত সন্দীপ ঘোষে জামিন লাভ কৰিলেও এতিয়া মুক্তি পোৱা নাই। অৱশ্যে অভিজিৎ মণ্ডলে মুক্তি লাভ কৰিছে।

যোৱা ৯ আগষ্টত আৰ জি কৰ হাস্পতালৰ চেমিনাৰ হলৰ পৰা এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ দেশত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পিছত সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলক ১৪ ছেপ্টেম্বৰত প্ৰমাণৰ মচি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। পিছত চিবিআইয়ে চিকিৎসালয়খনৰ আৰ্থিক দুৰ্নীতিৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰে।

সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলৰ জামিনৰ পিছত এই প্ৰশ্নৰ উত্থাপন হয় যে চিবিআইয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত কিয় অভিযোগনামা দাখিল কৰিব নোৱাৰিলে। গ্ৰেপ্তাৰৰ ৯০ দিনৰ পিছত আজি আদালতত চিবিআইয়ে কয় যে আৰ জি কৰ হাস্পতালত ধৰ্ষণ আৰু হত্যাৰ গোচৰত পৰিপূৰক অভিযোগনামা সম্পূৰ্ণ হোৱা নাই। যাৰ বাবে দুই অভিযুক্তই জামিন লাভ কৰে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd