• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Fight in Flight: মধ্য আকাশতে কাজিয়াত লিপ্ত দুই পাইলট; অৱশেষত দুজনেই নিলম্বিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2022 9:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

pilots suspended after fighting in the cockpit বিমানখন তেতিয়া ঠিক মধ্য আকাশত অৱস্থান কৰি আছিল। আৰু সেই সময়তে বিমানখনৰ ককপিটত এটা অদ্ভুত ঘটনা সংঘটিত হয়। এজন পাইলটে আনজন পাইলটৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবে দুয়োৰে মাজত তৰ্কতৰ্কি আৰম্ভ হয়।  শেষত এই কথা কটাকটি গৈ হতাহতিত পৰিণত হয়।

ঘটনাটো ভিয়েনাৰ পৰা পেৰিছলৈ যোৱা এয়াৰ ফ্ৰান্সৰ এখন বিমানত সংঘটিত হৈছিল। ঘটনাটোৰ সন্দৰ্ভত দুয়োজন পাইলটকে নিলম্বিত কৰা হৈছে।

Apply Now

জানিব পৰা গৈছে যে কাজিয়াত লিপ্ত পাইলট দুজনে উৰণীয়া বিমানখনৰ ককপিটত মাৰপিট আৰম্ভ কৰি দিছিল। এজন পাইলটে আনজনৰ ফালে এটা ব্ৰিফকেছ দলিয়াই দিছিল।

পিছত বিমানখনৰ কৰ্মচাৰীসকলে ককপিটত এটা অস্বাভাৱিক শব্দ শুনি ভিতৰত প্ৰৱেশ কৰি আচৰিত হৈ পৰে। বিমানখনৰ এজন ক্ৰু সদস্যই ককপিটত প্ৰৱেশ কৰি পাইলট দুজনৰ কাজিয়া ভাঙে। ক্ৰু সদস্যজন বাকী সময়ৰ বাবে ককপিটত বহি থাকে যাতে পাইলটদুজনে পুনৰ কাজিয়াত লিপ্ত হ’ব নোৱাৰে।

লগতে পঢ়ক: ইৰাকী নেতাৰ ৰাজনীতি ত্যাগ: ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰতিবাদকাৰী-সমৰ্থকৰ তাণ্ডৱ; দেশজুৰি জাৰি কাৰফিউ

এয়াৰ ফ্ৰান্সৰ এজন মুখপাত্ৰই কয় যে এনে আচৰণ একেবাৰে বাঞ্ছনীয় নহয়। অৱশ্যে পাইলটৰ মাজত হোৱা কাজিয়াৰ বাবে বিমান সেৱা ব্যাহত হোৱা নাছিল। তেওঁলোকৰ কাজিয়া ক্ষিপ্ৰতাৰে বন্ধ কৰা হৈছিল। কিন্তু বহুতে আশংকা কৰে যে পাইলটসকলৰ মাজত এনে আচৰণে এক ডাঙৰ দুৰ্ঘটনা ঘটাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

July 19, 2026 8:27 pm
সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd