• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অস্বীকাৰৰ পাছতো আম্বানীৰ চিৰিয়াখানালৈ নিয়া হ’ল অসমৰ দুটা হাতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2025 11:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৰাজ্যৰ পৰা কোনো হাতী কঢ়িয়াই নিয়া হোৱা নাই বুলি অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে অস্বীকাৰ কৰাৰ পাছতো সোমবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ব্যক্তিগত চিৰিয়াখানা বানতাৰালৈ অসমৰ দুটা হাতী স্থানান্তৰ কৰা হয়।

পশ্চিম বংগৰ মায়াপুৰৰ ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ কৃষ্ণ চেতনাৰ (ISKCON)ৰ তত্বাৱধানত থকা বিষ্ণুপ্ৰিয়া (১৮) আৰু লক্ষ্মীপ্ৰিয়া (২৬)ক উদ্যোগপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ মালিকানাধীন জামনগৰৰ বান্তাৰালৈ প্ৰেৰণ কৰা হয়।

Apply Now

ইস্কোন মন্দিৰৰ জ্যেষ্ঠ সদস্য হৃমতী দেৱী দাসে ছ’চিয়েল মিডিয়া পোষ্টত কয় যে, “আপোনালোক সকলোৱে জানে যে আমাৰ মৰমৰ হাতী মায়াপুৰৰ পৰা চিৰদিনৰ বাবে গৈছে। বিষ্ণুপ্ৰিয়া আৰু এজন মাউতৰ সৈতে সংঘটিত হোৱা এক  দুৰ্ঘটনাৰ বাবে যোৱা বছৰ মায়াপুৰ পৰিচালনা সমিতিয়ে সিদ্ধান্ত লৈছিল যে দুয়োটা হাতীক স্থানান্তৰিত কৰিব লাগে। যোৱা ১৮ বছৰ ধৰি হাতীক সেৱা আগবঢ়োৱাৰ বাবে মই বিষ্ণুপ্ৰিয়া আৰু লক্ষ্মীপ্ৰিয়াক পঠিয়াবলৈ অতি অনিচ্ছুক আছিলো। অৱশ্যে এই ২৯ বছৰীয়া অনন্ত আম্বানীয়ে মোক পতিয়ন নিয়াইছিল যে আমাৰ হাতীবোৰৰ বাবে বানতাৰা সৰ্বোত্তম।’’

অৱশ্যে অসমক এনে কাৰ্যকলাপৰ সৈতে জড়িত কৰা বাতৰি আৰু ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা বাতৰি আৰু ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা পোষ্টক “অযুক্তিকৰ আৰু মিছা” বুলি উল্লেখ কৰি অসমৰ চিএমঅ’ই সোমবাৰে ৰাজ্যখনৰ পৰা কোনো হাতী কঢ়িয়াই নিয়া হোৱা নাই বুলি উল্লেখ কৰে।

It is hereby clarified that no elephants have been transported from Assam in the recent past. Certain news items and social media posts published linking Assam to such activities are completely unwarranted and false.@assamforest @assampolice pic.twitter.com/YaLg3sWoE8

— Chief Minister Assam (@CMOfficeAssam) January 20, 2025

ইস্কন মায়াপুৰে ২০০৭ চনত লক্ষ্মীপ্ৰিয়া আৰু ২০১০ চনত বিষ্ণুপ্ৰিয়া অধিগ্ৰহণ কৰি মন্দিৰৰ অনুষ্ঠান আৰু উৎসৱৰ বাবে ব্যৱহাৰ কৰিছিল।

প্ৰথমে হাতী কেইটা অসমৰ তিনিচুকীয়া জিলাৰ মলিন মৰাণৰ আছিল, যিয়ে ২০১৫ চনত ইস্কন মায়াপুৰক গতাই দিছিল।

মৰাণে শপতনামাত অসমত হাতীকেইটাৰ ৰক্ষণাবেক্ষণত অক্ষম বুলি উল্লেখ কৰি ইস্কন মায়াপুৰৰ পূৰ্ণকালীন যত্নৰ দায়িত্ব অৰ্পণ কৰে।

হাতীকেইটা ইস্কনক গতাই দিয়াৰ সময়ত মৰাণে শপতনামাত এই কথাও উল্লেখ কৰিছিল যে তেওঁ হাতীকেইটা আন কোনো ব্যক্তিক বিক্ৰী কৰা নাই আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ কোনো বিধান উলংঘা কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd