• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধ্যপ্ৰদেশৰ দুখন জিলাত দুজন বিএলঅ’ৰ মৃত্যু; এছ.আই.আৰ. জৰীপৰ চাপত প্ৰাণ হেৰুওৱাৰ অভিযোগ পৰিয়ালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2025 5:05 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ পূৰ্বে চলি থকা ভোটাৰ তালিকাৰ ‘বিশেষ নিবিড় পুনৰীক্ষণ’ (SIR)ৰ মাজতে মধ্যপ্ৰদেশৰ দুখন পৃথক জিলাত যোৱা ২৪ ঘণ্টাৰ ভিতৰতে দুজন ‘ব্লক পৰ্যায়ৰ বিষয়া’ বা বিএলঅ’ (BLO)ৰ মৃত্যু হৈছে।

বৃহস্পতিবাৰে সন্ধিয়া ছিওনী (Seoni) জিলাত কৰ্তব্যৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতে ৪৫ বছৰীয়া এজন বিএলঅ’ৰ মৃত্যু হয়। ইফালে, শুকুৰবাৰে পুৱাই ছত্তৰপুৰ (Chhatarpur) জিলাত ৫২ বছৰীয়া আন এজন বিএলঅ’ হৃদৰোগত (Heart Attack) আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। যোৱা ১১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এছ.আই.আৰ. অভিযানৰ ফলত হোৱা অত্যাধিক ফিল্ড ডিউটি আৰু তাৰ ফলত সৃষ্টি হোৱা শাৰীৰিক-মানসিক অৱসাদেই এই মৃত্যুৰ কাৰণ বুলি অভিযোগ উত্থাপন হৈছে।

Apply Now

মৃত দুয়োজন বিষয়াৰ পৰিয়ালৰ সদস্যই অভিযোগ কৰিছে যে চৰম কৰ্মৰ হেঁচা আৰু পৰ্যাপ্ত জিৰণি নোপোৱাকৈ দীৰ্ঘ সময় ধৰি কাম কৰাৰ বাবে এই শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। আত্মীয়সকলে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে, বিএলঅ’সকলক দৈনিক ১,২০০–১,৫০০ ভোটাৰৰ তথ্য যাচাই কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল। ইয়াৰ বাবে তেওঁলোকে প্ৰায়ে নূন্যতম বিৰতিৰ সৈতে দিনটোৰ ১২–১৪ ঘণ্টা ৰ’দ-ঘামত কাম কৰিবলগীয়া হৈছিল। তেওঁলোকে দাবী কৰে যে, নিৰ্বাচনী কৰ্তব্যত নিয়োজিত সৰহভাগ চৰকাৰী বিষয়া বা শিক্ষকক ছুটীৰ পৰা বঞ্চিত কৰা হৈছিল আৰু নিৰ্ধাৰিত লক্ষ্য পূৰণ নহ’লে দৰমহা কৰ্তন বা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিয়া হৈছিল, যাৰ ফলত তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল।

নিৰ্বাচনী কৰ্তব্যত নিয়োজিত চৰকাৰী কৰ্মচাৰীৰ প্ৰতি কৰা এনে “অমানৱীয় ব্যৱহাৰ”ৰ বাবে বিৰোধী নেতা আৰু শিক্ষক সন্থাই ৰাজ্যিক নিৰ্বাচন আয়োগ তথা জিলা প্ৰশাসনক তীব্ৰ গৰিহণা দিছে। শোকসন্তপ্ত পৰিয়ালসমূহক তাৎক্ষণিকভাৱে কমেও ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান, মৃত্যুৰ ন্যায়িক তদন্ত আৰু নিৰ্বাচনী পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত দৈনিক কৰ্মবোজাৰ সীমা নিৰ্ধাৰণ কৰিবলৈ সংশোধিত নিৰ্দেশনাৰ দাবী ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মধ্যপ্ৰদেশ ৰাজ্যিক নিৰ্বাচন আয়োগে এই পৰ্যন্ত বিষয়টোত মৌনতা অৱলম্বন কৰিছে যদিও জিলা উপায়ুক্তই দুয়োটা ঘটনাৰ ক্ষেত্ৰতে দণ্ডাধীশৰ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd