DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বকোত আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত দুই যুৱক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2019 6:48 pm
arrest-2-768x432-1140x570

প্ৰতিনিধিত্বমূলক ফটো

588
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ জু-ৰোডত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যত আৰক্ষী বাহিনীয়ে আলফা (স্বা)ৰ গতিবিধিক লৈ চোকা দৃষ্টি ৰাখি অহাৰ সময়তে আজি বকোত আলফাৰ নামত ধন দাবী কৰি দুজন ভুৱা উগ্ৰপন্থী গ্ৰেপ্তাৰ হ’ব লগীয়া হ’ল।

ধৃত যুৱক দুজনক অনল নাৰ্জাৰী আৰু মোনা বিশ্বাস বুলি চিনাক্ত কৰা হৈছে।

বকো আৰক্ষী থানাৰ এগৰাকী বিষয়াই জনোৱা মতে যুৱক দুজনে যোৱা ৭ মে’ৰ পৰা ছয়গাঁওস্থীত অনুভৱ ইণ্ডাষ্টিছ নামৰ এটা বেকাৰী ফেক্টৰীৰ মেনেজাৰক নিজকে আলফাৰ সদস্য বুলি কৈ ১ লাখ টকা দাবী কৰি আহিছিল।

পিছত কালি অৰ্থাৎ ২৮ মে’ত দাবী কৰা টকা নিবলৈ আহোতে ইয়াৰে অনল নাৰ্জাৰী নামৰ যুৱকজনক আৰক্ষীয়ে হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। ধৃত নাৰ্জাৰীৰ ভাষ্যৰ ভিত্তিত কালি নিশা দুধনৈৰ পৰা মোনা বিশ্বাস নামৰ আনজন যুৱকক আটক কৰা হয় বুলি বিষয়া গৰাকীয়ে লগতে জনায়।

আনহাতে এই সমগ্ৰ ঘটনাৰ সৈতে আৰু কেইজনমান লোক জড়িত আছে বুলি মন্তব্য কৰি তেওঁ উক্ত লোকেইজনক বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

Recent News

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd