• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত বিলাসী গাড়ীসহ দুই গৰু চোৰক গ্ৰেপ্তাৰ : ষড়যন্ত্ৰৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা চোৰৰ

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , June 27, 2020 2:50 pm

1 min read

Screenshot_2020-06-27-11-48-11_1
27.8k
VIEWS
Share on FacebookShare on Twitter

যোৰাহাট জিলাৰ টীয়কত এখন বিলাসী গাড়ীসহ দুই গৰু চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

যোৱা নিশা টীয়কৰ লাহদৈগড় আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি লাহদৈগড় হাতীবৰুৱা চাৰিআলিত এখন বিলাসী বাহনসহ গৰু চোৰকেইটাক গ্ৰেপ্তাৰ কৰে।

AS-01-4199 নম্বৰৰ টাটা ইণ্ডিগ’ বাহনখনৰ লগতে আৰক্ষীয়ে দুটাকৈ গৰুও উদ্ধাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি এই চোৰৰ দলটোৱে নিশা আন্ধাৰৰ সুযোগ লৈ গৰু চুৰ কৰি আহিছিল।

ধৃত ৰফিউল হুচেইন আৰু ইমৰান হুচেইন নামৰ চোৰ দুটা সম্পৰ্কত পিতা-পুত্ৰ।

লাহদৈগড় আৰক্ষীৰ এই সফলতাক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।

অৱশ্যে ধৃত ৰফিউলে সমগ্ৰ ঘটনাটো পৰিকল্পিত ষড়যন্ত্ৰ বুলিহে মন্তব্য কৰিছে।

নিশা তেওঁৰ বাৰিৰ পাছফালে তেওঁৰ অজ্ঞাতে কোনো দুষ্ট চক্ৰই দুটা গৰু বান্ধি থৈছিল আৰু গাড়ীখন কোনে কিয় উক্ত স্থানলৈ নিলে সেই বিষয়ে অৱগত নহয় বুলি জানিবলৈহে দিছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd