• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্দিৰৰ বন্ধ বাথৰুমৰ পৰা উদ্ধাৰ দুগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ! কি ঘটিছিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 8:52 am
136
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ এটা মন্দিৰৰ বাথৰুমত উদ্ধাৰ দুগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ! জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছে চুৰাটৰ স্বামীনাৰায়ণ মন্দিৰ চৌহদত। প্ৰাথমিক তদন্তত আৰক্ষীয়ে অনুমান কৰিছে যে ছাত্ৰী দুগৰাকীৰ দেহত বেজীৰে বিষাক্ত ঔষধ প্ৰৱেশ কৰিছিল। ইয়াৰ বাবেই কলেজীয়া ছাত্ৰী দুগৰাকীৰ মৃত্যু হয়।

তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে যে শুকুৰবাৰে পুৱা ছোৱালী দুগৰাকীয়ে কলেজলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহে। কিন্তু দুপৰীয়া ঘৰলৈ উভতি নাহিল।  কলেজীয়া ছোৱালী দুগৰাকীৰ সন্ধানত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে।

Apply Now

তদন্তকাৰীয়ে মন্দিৰ চৌহদত ছোৱালী দুগৰাকীৰ ফোনৰ লাষ্ট লোকেশ্যন লাভ কৰে। চুৰাটৰ মন্দিৰটো পোৱাৰ পিছতে পাৰ্কিং লটত ছোৱালী দুগৰাকীৰ স্কুটী উদ্ধাৰ কৰে আৰক্ষীয়ে। শনিবাৰে সংঘটিত হৈছে এই ঘটনা। স্বামীনাৰায়ণ মন্দিৰ চৌহদৰ স্কুটাৰ উদ্ধাৰ হোৱা স্থানৰ আশে-পাশে থকা অঞ্চলত আৰক্ষীয়ে ছাত্ৰী দুগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰে।

চিচিটিভিৰ ফুটেজত আৰক্ষীয়ে ছাত্ৰী দুগৰাকী বাথৰুমৰ ফালে যোৱা দেখিছিল। সেই স্থান পোৱাৰ পিছত আৰক্ষীয়ে বাথৰুমৰ দুৱাৰখন বন্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে। বন্ধ দুৱাৰ ভাঙি বাথৰুমত প্ৰৱেশ কৰে আৰক্ষীয়ে। তাত আৰক্ষীয়ে যুৱতী দুগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে।

এটা চিৰিঞ্জ আৰু তিনিটা বিষাক্ত ঔষধৰ বটল তেওঁলোকৰ শৰীৰৰ কাষত পৰি আছিল। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীয়ে গম পায় যে কলেজীয়া ছাত্ৰী দুগৰাকীয়ে এআই প্লেটফৰ্মত ‘কেনেকৈ আত্মহত্যা কৰিব পাৰি’ বুলি চাৰ্চ কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা চিৰিঞ্জ, ঔষধৰ বটল আৰু ছাত্ৰী দুগৰাকীৰ ফোন তদন্তৰ স্বাৰ্থত ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কলেজীয়া ছাত্ৰী দুগৰাকীৰ এই ৰহস্যজনক মৃত্যুত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। তদন্তকাৰীয়ে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছত মৃত্যুৰ সঠিক কাৰণ জানিব পৰা যাব।

কলেজলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহি মন্দিৰ চৌহদৰ বাথৰুমত কেনেদৰে উপস্থিত হ’ল আৰু কোনে চিৰিঞ্জেৰে বিষাক্ত ঔষধ শৰীৰত সুমুৱাই দিলে, নে নিজে কৰিলে, অৰ্থাৎ আত্মহত্যা কৰিলে, সেই সম্পৰ্কে সকলো দিশৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।

কলেজীয়া ছাত্ৰী দুগৰাকীৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ কাৰণ কি হ’ব পাৰে, যদি তেওঁলোকে আত্মহত্যা কৰিছিল, তেন্তে কিয় এনে সিদ্ধান্ত লৈছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। তদন্তৰ স্বাৰ্থত ছাত্ৰী দুগৰাকীৰ পৰিয়ালৰ সদস্যকো জেৰা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd