DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰিয়হৰ ডুলিতে ভুত! গুৱাহাটীত ‘ধন দাবী’ৰ অভিযোগত তদন্তৰ সন্মুখীন দুই আৰক্ষী বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2023 3:42 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

665
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ সাতগাঁও থানাত নিয়োজিত দুই অসম আৰক্ষী বিষয়াৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ সন্দৰ্ভত তদন্ত চলি থকা বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে পুৱা সাতগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানু আৰু আৰক্ষী সহকাৰী উপ-পৰিদৰ্শক অলকেশ বৰুৱাক পূব গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্তৰ (ডিচিপি) কাৰ্যালয়লৈ ধন দাবীৰ কাণ্ড সন্দৰ্ভত জেৰাৰ বাবে তলব কৰা হয়।  

বাতৰি অনুসৰি, কানু আৰু বৰুৱাই মটৰ চাইকেল চুৰি হোৱা এজন ব্যক্তিৰ পৰা ধন দাবী কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত তদন্ত আৰম্ভ হৈছিল।

লগতে পঢ়ক: শ্ৰীহৰিকোটাৰ পৰা সফল উৎক্ষেপন ভাৰতৰ চন্দ্ৰযান-৩ৰ; ৪০ দিনৰ যাত্ৰা

জানিব পৰা গৈছে যে এই আৰক্ষী বিষয়া দুজনে চুৰি হোৱা বাইকখন উদ্ধাৰৰ বিনিময়ত ভুক্তভোগীৰ পৰা ৫ হাজাৰ টকা দাবী কৰিছিল।

কিন্তু যেতিয়া ব্যক্তিজনে তেওঁলোকৰ দাবী মানিবলৈ অস্বীকাৰ কৰে তেতিয়া আৰক্ষী বিষয়া দুজনে চুৰিৰ সৈতে জড়িত এফ আই আৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উঠিছে।

ইয়াৰ পিছতে ভুক্তভোগীয়ে বিষয়টো শীৰ্ষ বিষয়াৰ ওচৰলৈ লৈ যায়। তেওঁ অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। তাৰ পিছতে তদন্ত আৰম্ভ হয়।

লগতে পঢ়ক: বানৰ কবলত ৰাজধানী! উচ্চতম ন্যায়ালয়ৰ দুৱাৰমুখতো পানী; সেনাৰ সহায় বিচাৰিছে কেজৰিৱালে

উল্লেখ্য যে যোৱা ৫ জুলাইত এটা দলবদ্ধ ধৰ্ষণৰ গোচৰৰ সংক্ৰান্তত নিলম্বন কৰা হৈছিল সহকাৰী উপ-পৰিদৰ্শক অলকেশ বৰুৱাক।

Recent News

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd