• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তীৰ্থনগৰী হাজোত গৰু চোৰৰ দপদপনি, দুই গৰু চোৰক গ্ৰেপ্তাৰ,বাহন জব্দ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
July 31, 2021 3:34 pm
lavv
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা। দৈনিক অসমৰ গৰু চোৰাং কৈ বিক্ৰী হৈছে অন্য প্ৰান্তত।

তেনে সময়তে শুকুৰবাৰে নিশা হাজোৰ দুটা স্থানত ৰাইজে বাহন সহিতে আটক কৰিবলৈ সক্ষম হৈছে দুটাকৈ গৰু চোৰক।

Apply Now

ঘটনাৰ প্ৰথম স্থান হৈছে হাজোৰ ভেলামাৰী। ভেলামাৰীত নিশা সৃষ্টি হ’ল এক উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় ৰাইজে কৰায়ক্ত কৰিলে এইখন AS-01-JC-9196 নম্বৰৰ  চাৰিচকীয়া ইয়ন বাহন, লগতে বাহনৰ ভিতৰত উদ্ধাৰ কৰিলে এটা চুৰি গৰু।

ভেলামাৰী অঞ্চলত সন্দেহজক অৱস্থাত প্ৰথমে বাহনখনক প্ৰত্যক্ষ কৰিছিল স্থানীয় এগৰাকী মহিলাই। সেইসময়তেই বাহনখনৰ পৰা ওলাই পৰে এটা গৰু।

পুনৰ চোৰ কেইটাই গৰুটো বাহনখনত উঠাবলৈ লওতেই মহিলা গৰাকীয়ে লগালে চিঞৰ-বাখৰ। তাৰ পাছতে সেই স্থানৰ পৰা পলাবলৈ লওতেই স্থানীয় ৰাইজে ৰাজপথত গছ পেলাই আগভেটি ধৰি জব্দ কৰিলে বাহনখন। ৰাইজে আটক কৰিলে গুৱাহাটী চান্দমাৰীৰ বিতোপন বৰা নামৰ গৰু চোৰটোক, যদিও চেগ বুজি বাহনখনৰ পৰা পলায়ন কৰিলে আন দুটা চোৰ।

চোৰটোৰ লগতে বাহনসহ গৰুটো জব্দ কৰে ৰাইজে। অৱশেষত ঘটনাস্থলীত উপস্থিত হ’ল হাজো আৰক্ষী আৰু ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰিলে চোৰটোৰ লগতে বাহন আৰু চুৰি গৰুটো।

ঘটনাৰ দ্বিতীয় স্থান হাজোৰ দেহৰকুৰিহা। দেহৰকুৰিয়াত ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰিলে AS-01-DH-8744 নম্বৰৰ এখন গৰু চোৰৰ বাহন। লগতে জেচিম আলী নামৰ এটা গৰু চোৰক ধৰি বান্ধি গতালে আৰক্ষীক। শনিবাৰে পুৱতি নিশা দেহৰকুৰিহা গাঁৱত দ্ৰুতবেগেৰে এখন চাৰিচকীয়া বাহন সোমোৱাৰ উমান পাইছিল স্থানীয় ৰাইজে।

তাৰ কিছু সময় পাছতে গাঁৱৰ ভিতৰৰ এটা জলাশয়ত এখন চাৰিচকীয়া বাহন প্ৰত্যক্ষ কৰিলে ৰাইজে। খবৰ দিয়া হ’ল আৰক্ষীক।

আৰক্ষী ঘটনাস্থলী পোৱাৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত বাহনখন নিবলৈ উপস্থিত হ’ল চোৰৰ দলটোৰ এটা চোৰ। সেই সময়তেই ৰাইজে চাংসাৰীৰ পূব বোৰ্কাৰ জেচিম আলী নামৰ এই চোৰটোক ধৰি বান্ধি ৰাখি গতাই দিলে আৰক্ষীক।

একে নিশাই হাজোত সংঘটিত এই গৰু চুৰিৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰিছে সমগ্ৰ হাজোতেই। হাজো আৰক্ষীৰ নিশ্চিদ্ৰ পহৰাৰ মাজতো এতিয়া এনেদৰে গৰু চোৰে দপদপনি চলাইছে তীৰ্থনগৰীত।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd