• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত ৪-৫ নৱেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
November 4, 2018 12:17 pm
bhupen-hazarika
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
নগাঁও জিলাৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ‘সৃষ্টি’ য়ে ৪ আৰু ৫ নৱেম্বৰৰ পৰা  সদৌ অসম ভিত্তিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা আয়োজন কৰিছে।
‘সৃষ্টি’ৰ ব্যৱস্থাপনাত চামগুৰিত প্ৰতি বৰ্ষৰ গ্ৰীষ্মৰ বন্ধত পুৰণি অসমীয়া গীতৰ কৰ্মশালা অনুষ্ঠিত হৈ আহিছিল যদিও এইবাৰ নৱম বৰ্ষৰ পদক্ষেপ ৰূপে সুধাকণ্ঠ গৰাকীৰ গীতৰ প্ৰতিযোগিতা আয়োজন কৰিছে।
এই প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব। ‘ক’ শাখাত ৬ বছৰৰ পৰা ১৩ বছৰ বয়স আৰু ‘খ’ শাখাত ১৩ বছৰ বয়সৰ ঊৰ্ধ্ব প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব। ‘ক’ শাখাৰ প্ৰথম বিজয়ী প্ৰতিযোগীক ১৭,০০১ টকা, দ্বিতীয় বিজয়ী প্ৰতিযোগীক ১২,০০১ টকা আৰু তৃতীয় বিজয়ী প্ৰতিযোগীক ৮,০০১ টকা লগতে ‘খ’ শাখাৰ প্ৰথম বিজয়ী প্ৰতিযোগীক ২২,০০১ টকা, দ্বিতীয় বিজয়ী প্ৰতিযোগীক ১৫,০০১ টকা আৰু তৃতীয় বিজয়ী প্ৰতিযোগীক ১০,০০১ টকা নগদ ধন আগবঢ়োৱা হ’ব বুলি সমিতিৰ সভাপতি হিৰণ্য কুমাৰ চমুৱা আৰু কাৰ্যকৰী সভাপতি প্ৰদীপ বৰাই জানিব দিয়ে।
প্ৰতিযোগী সকলে ৪ নৱেম্বৰৰ পুৱা ১০ বজাৰ আগতেই ৫০১ টকা ভৰ্তি মাচুল লগতে বয়সৰ প্ৰমাণ পত্ৰ দাখিল কৰি নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। তিনি বিধ বাদ্যযন্ত্ৰ ( অবৈদ্যুতিক ) ব্যৱহাৰ কৰিব পাৰিব লগতে বাদ্যযন্ত্ৰ আৰু বাদ্যযন্ত্ৰী নিজে আনিব লাগিব।
প্ৰতিযোগী সকলে ড০ ভূপেন হাজৰিকাৰ কথা, সুৰ আৰু নিজে কণ্ঠদান কৰা গীতহে পৰিবেশন কৰিব পাৰিব। ৫ নৱেম্বৰৰ সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট শিল্পী সুনীল দেব (কলকাতা), কুল বৰুৱা, ৰাজু আনচাৰী কে ধৰি কেইবাজনো শিল্পীয়ে গীত পৰিবেশন কৰিব।
প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ জানিবৰ বাবে সুভদ্ৰা ইলেকট্ৰ’নিক্ছ, চামগুৰি অথবা ৭০০২৭৪৫৫৭৬ ৯৬৭৮২২৯১৮১ নম্বৰত যোগাযোগ কৰিবলৈ ‘সৃষ্টি’ৰ উদ্যোক্তা সকলে আহ্বান জনাইছে।
Apply Now
বিদ্যুৎ জ্যোতি বৰা

বিদ্যুৎ জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd