• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ বাৰাবাংকি মন্দিৰত আতংক! বিদ্যুতৰ তাঁৰ ছিঙি ২ জনৰ মৃত্যু,পদপিষ্টৰ ঘটনাত আহত ৩২ জন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 28, 2025 10:34 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৰিদ্বাৰৰ পিছত এইবাৰ উত্তৰ প্ৰদেশৰ বাৰাবাংকি মন্দিৰ। ঔশানেশ্বৰ মহাদেৱ মন্দিৰত পূজা দিবলৈ গৈ দুজন ভক্তৰ মৃত্যু ঘটে। হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি ভক্তৰ ওপৰত পৰিল, যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

চকুৰ সন্মুখতেঘটা এই ঘটনাই ভক্তসকলৰ মাজত চৰম বিশৃংখলতাৰ সৃষ্টি কৰে। বিদ্যুৎস্পৃষ্ট হোৱাৰ ভয়ত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পদপিষ্ট হোৱা পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতে, এই ঘটনাত ৩২ জন লোক আহত হৈছে।

Apply Now

জানিব পৰা মতে, বাৰাবাংকি জিলাৰ হাইদৰগড়ত অৱস্থিত ঔশাণেশ্বৰ মহাদেৱ মন্দিৰত ভক্তৰ মাজত অতি পৰিচিত। শাওণ মাহৰ সোমবাৰ উপলক্ষে এই মন্দিৰত বৃহৎ সংখ্যক লোক সমবেত হৈছিল। দেওবাৰে নিশাৰ পৰাই ইয়াত ভক্তৰ সমাগম হৈছিল। এই সময়তে পুৱা প্ৰায় ৩ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

বাৰাবাংকি জিলা দণ্ডাধীশ শশাংক ত্ৰিপাঠীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মন্দিৰত ভক্তসকলে প্ৰাৰ্থনা কৰি থকাৰ সময়তে হঠাতে এটা বান্দৰে বিদ্যুতৰ তাঁৰত জপিয়াই পৰে। যাৰ বাবে তাঁৰ ছিঙি মন্দিৰৰ চালিত পৰি যায়। ক্ষন্তেক সময়ৰ ভিতৰতে তাত উপস্থিত থকা লোক বিদ্যুৎস্পৃষ্ট হয়।”

স্থানীয় ৰাইজৰ মতে, ঘটনাৰ সময়ত বহু লোক টিনৰ চেডৰ ওপৰত থিয় হৈ আছিল। ফলত বহু লোক বিদ্যুৎস্পৃষ্ট হৈ আহত হয়। ঘটনাৰ বাবে আতংকিত হৈ মানুহ দৌৰিবলৈ ধৰে। ফলত বহুত লোক আহত হয়। সকলোকে চিকিৎসালয়লৈ নিয়াৰ সময়ত তাতেই দুজন লোকৰ মৃত্যু হয়।

ঘটনা পোহৰলৈ অহাৰ পিছতে শোক প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। স্থানীয় আৰক্ষী আৰু প্ৰশাসনক ক্ষীপ্ৰতাৰে সেই স্থানলৈ যাবলৈ নিৰ্দেশ দিয়ে। আহতসকলে যাতে উপযুক্ত চিকিৎসা লাভ কৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। এই দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত এজন হৈছে প্ৰশান্ত নামৰ ২২ বছৰীয়া যুৱক। দ্বিতীয়জন ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে যোৱা দেওবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মনসা দেৱী মন্দিৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। বিপুল জনসমাগমৰ হেঁচাত তাত পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু হয়। ইয়াতো বিদ্যুতৰ তাঁৰ ছিঙাৰ বাবে আতংকত পদপিষ্ট হয় সাধাৰণ মানুহ। তাৰ ৰেশ মাৰ নাযাওতেই এইবাৰ একে ঘটনাৰ সাক্ষী হ’ল উত্তৰ প্ৰদেশৰ বাৰাবাংকি।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd