• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাছাৰত মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ সন্দেহ

NE NOW NEWS এন ই নাও নিউজ
কাছাৰ , October 20, 2019 8:59 am

1 min read

2.5k
VIEWS
Share on FacebookShare on Twitter

কাছাৰৰ চাতলা হাৱাৰত সংঘটিত হৈছে মাতৃ কন্যাৰ লোমহৰ্ষক হত্যাকাণ্ড। শনিবাৰে অৰ্থাৎ ১৯ অক্টোবৰত চাতলা হাৱাৰ নদীৰ পাৰত মাতৃ-কন্যাৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহ দুটা মীৰা ৰি আৰু তেওঁৰ কন্যা সংগীতা ৰিৰ বুলি চিনাক্ত কৰা হৈছে। মৃতদেহ দুটাৰ গাত স্পষ্ট ৰূপত আঘাতৰ চিন দেখিবলৈ পোৱা যায়।

স্থানীয় ৰাইজে মৃতদেহ দুটা প্ৰত্যক্ষ কৰি আৰক্ষীক এই বিষয়ত অৱগত কৰে। ফলত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত স্থানীয় অখিল দাস নামৰ এজন ব্যক্তি জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। স্নিফাৰ ডগৰ সহায়ত চলোৱা প্ৰাৰম্ভিক তদন্তৰ পিছত আৰক্ষীয়ে এই সন্দেহ কৰিছে।

মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা মাত্ৰ ৩০০ মিটাৰ দূৰতে অৱস্থিত অখিল দাসৰ ঘৰত আৰক্ষীয়ে তালাচী চলায়। কিন্তু অখিল দাস সম্প্ৰতি পলাতক অৱস্থাত থকাৰ বাবে আৰক্ষীয়ে অখিলক বিচাৰি নাপায়।

আৰক্ষীয়ে অখিল দাসৰ ঘৰৰ উদ্ধাৰ কৰিছে তেজ লগা কাপোৰকে ধৰি কিছু তথ্য। বৰ্তমান আৰক্ষীয়ে অখিলৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd