• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাঙটিংত পথৰ পৰা সৰি পৰিল লোহা ভৰ্তি ট্ৰাক, থিতাতে নিহত দুজন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 28, 2019 6:20 pm
IMG-20190428-WA0016

লাংটিঙত শনিবাৰে নিশা সংঘটিত দুৰ্ঘটনাটো। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ-সৌৰাষ্ট্ৰ  ইষ্ট-ৱেষ্ট কৰিডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ কাম মাইবাঙলৈ সম্পন্ন হোৱাৰ পাছত লাহে লাহে  দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ মাইবাঙ মহকুমাৰ লাঙটিং আৰক্ষী  থানাৰ অন্তৰ্গত মান্দাৰদিচাৰ পৰা লাঙটিঙৰ মাজত সঘনে দুৰ্ঘটনা বৃদ্ধি পাবলৈ লৈছে।

শনিবাৰে মাজ নিশা লাঙটিং আৰক্ষী থানাৰ অন্তৰ্গত লাইলিঙ গাঁওৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বইলা সেঁতুৰ কাষতে পথৰ পৰা প্ৰায় ষাঠি সত্তৰ ফুট তললৈ বাগৰি পৰে এখন ট্ৰাক।

Apply Now

উক্ত দুৰ্ঘটনাত ট্ৰাকখনৰ চালক আৰু সহকাৰী চালকজন থিতাতে নিহত হয়।  আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাত নিহত চালকজনক চিনাক্ত কৰাত সক্ষম হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে চালক জনৰ নাম উজ্জ্বল ৰায় (৩১) আৰু তেওঁৰ ঘৰ পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ দামানপুৰত।

আনহাতে, দুৰ্ঘটনাটোত নিহত আনজন সহকাৰী চালকৰ পৰিচয় আৰক্ষীয়ে এতিয়ালৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

জানিব পৰা মতে, লোহা ভৰ্তি ট্ৰাকখন মাইবাঙৰ পৰা  লামডিং অভিমুখে  গৈ থকা অবস্থাতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। লাঙটিং আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলঙলৈ প্ৰেৰণ কৰে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd