DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত হেৰ’ইনসহ দুজন লোকক গ্ৰেপ্তাৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 5, 2021 2:19 pm
dru
602
VIEWS
Share on FacebookShare on Twitter

জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত বাগৰি আৰক্ষীয়ে বাগৰিত ২ পেকেট সন্দেহযুক্ত হেৰ’ইনসহ দুজন লোকক আটক কৰিছে । উদ্ধাৰ হোৱা হেৰ’ইন খিনিৰ ওজন  ২৪.১৬ গ্ৰাম ।

জানিব পৰা অনুসৰি জখলাবন্ধা আৰু বাগৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বাগৰিৰ হাৰমতীৰ পৰা সন্দেহযুক্ত হেৰ’ইন সহ দুজন লোকক আটক কৰে। আটকাধীন দুই যুৱক ক্ৰমে বাগৰিৰ হাৰমতীৰ ইছমাইল আলি আৰু আব্দুল জলিল বুলি জানিব পৰা গৈছে।

আনহাতে আৰক্ষীয়ে আটকাধীন দুয়োজনকে নিজৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

বহুদিনৰ পৰা আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছিল ধৃত দুই হেৰ’ইন সৰবৰাহকাৰীয়ে। অৱশেষত আৰক্ষীৰ জালত বন্দী হ’ল দুই সৰবৰাহকাৰী।

Recent News

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd