• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ অন্য জিলাৰ দৰে শিৱসাগৰতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান : দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 29, 2021 2:30 pm
Sivasagar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী।

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ নগৰ পৰিদৰ্শক জ্যোতিষ্মান নেওগে এক গোপন সূত্ৰৰ পম খেদি কৰায়ত্ত কৰে দুই ড্ৰাগছ সহবৰাহকাৰীক। নগৰৰ বি জি ৰোডৰ পৰা আটক কৰে এই দুই ড্ৰাগছ সহবৰাহকাৰীক।

Apply Now

আৰক্ষীয়ে এই দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা নগদ ধনসহ ১৫ টা হিৰ’ইনৰ কন্টেইনাৰ, দুটা মোবাইল ফোন আৰু এখন বুলেট জব্দ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা কোঁৱৰপুৰৰ চুমলুং লাহন আৰু নগৰৰ বি জি ৰোডৰ বুলবুল আলি ওৰফে ভাটাআমৰ ঘৰৰত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলায় হিৰ’ইন থকা ৪৩ টা প্লাষ্টিকৰ বটল উদ্ধাৰ কৰে।

হিৰ’ইন থকা প্ৰতিটো কন্টেইনাৰ দুই-তিনি হাজাৰ টকাত বিক্ৰী কৰা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাই।

ইপিনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে শিৱসাগৰত অভিযান তীব্ৰ হ’ব বুলি আজি শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনে ঘোষণা কৰে। আটক কৰা সকলো ড্ৰাগছ মাফিয়াৰ দীৰ্ঘ সময় কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।

জনসাধাৰণে এনে ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্য পালে লগে লগে শিৱসাগৰ আৰক্ষীক জনাবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে বহু দিনৰ পৰা শিৱসাগৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্তৰ ঘাটি হিচাপে পৰিগণিত হৈছে। পূৰ্বে বহু কেইটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছিল যদিও আইনৰ সুৰুঙাৰ গইনা লৈ কেইদিনমানৰ পিছতে মুকলি আকাশৰ তললৈ ওলাই আহে আৰু পুনৰ এই ব্যৱসায়ত লাগি যায়।

আজিৰ পৰা প্ৰায় তিনিদিন মানৰ আগত ৰাতি শিৱসাগৰ আৰক্ষীয়ে নগৰৰ বাবুপট্টিৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল যদিও পিছদিনা তেওঁক মুকলি কৰি দিয়াৰ এক গুৰুত্ব আভিযোগ কৰিছে একাংশ সচেতন ব্যক্তিয়ে।

আৰক্ষীয়ে যদি এইদৰে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ পিছত পুনৰ মুকলি কৰি দিয়ে তেন্তে শিৱসাগৰখনক কেনেকৈ ড্ৰাগছ মুক্ত কৰিব বুলি প্ৰশ্ন কৰিছে এইসকল সমাজ সচেতন ব্যক্তিয়ে।

নতুনকৈ কাৰ্যভাৰ লোৱা শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনক এই ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে শিৱসাগৰবাসীয়ে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd