DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰাইদেউৰ বৰহাটত ব্যৱসায়ীক আলফাৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত দুজন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 17, 2019 7:25 pm
চৰাইদেউৰ বৰহাটত ব্যৱসায়ীক আলফাৰ নামত ধনদাবী কৰি আৰক্ষীৰ জালত দুজন
489
VIEWS
Share on FacebookShare on Twitter

চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত মিছাজান গাঁৱৰ নিবাসী তথা বৰহাট নগৰৰ ব্যৱসায়ী বিজিত দে’ক সন্দেহযুক্ত আলফাই ধন দাবী কৰা ঘটনাৰ সৈতে জড়িত দুজন লোকক আজি চৰাইদেউ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্যযোগ্য যে চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত মিছাজান অঞ্চলৰ ব্যৱসায়ী বিজিত দেক  ৯৬৭৮৭৬৯৮০৫  নম্বৰ  ম’বাইলৰ  পৰা আলফা স্বাধীনৰ নেতা গণেশ অসম বুলি চিনাকি দি মেছেজ যোগে যোৱা ২৭ জুলাইত ধনদাবী কৰিছিল।

পিছত পুনৰ ১০ আগষ্টত ম’বাইলত মেছেজৰ জৰিয়তে পাঁচ দিনৰ ভিতৰত দুই লাখ টকা দিবলৈ দাবী জনায়। অন‍্যথা বিহিত ব‍্যৱস্থা লোৱা হ’ব বুলি মেচেজ যোগে ভাবুকি দিয়ে।

এই সন্দৰ্ভত ব্যৱসায়ী বিজিত দে’য়ে বৰহাট আৰক্ষী থানাত ১৬ আগষ্টত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে চৰাইদেউ জিলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এক অভিযান চলাই দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়।

চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হোৱা লোক দুজনক বিতুপন বৰুৱা (৪০) আৰু অৰূপ চেতিয়া (৩১) বুলি চিনাক্ত কৰিছে।

আটকাধীন বিতুপন বৰুৱাই ২০০৯ চনত নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ পৰা আত্ম-সমৰ্পণ কৰিছিল। বিতুপনৰ ঘৰ বৰহাট চাংমাই গাঁৱত। ইফালে আটকাধীন আনজন অৰূপ চেতিয়াৰ ঘৰ সোণাৰিৰ চফ্ৰাই ৰঙাপথাৰত।

বৰ্তমান ধনদাবীৰ ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে সোণাৰি আৰক্ষীয়ে আটকাধীন দুয়োজন লোকক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Recent News

teen kills one-year-old girl

জিঘাংসু প্ৰতিশোধ: এটা চৰৰ প্ৰতিশোধ ল’বলৈয়ে এবছৰীয়া কন্যা শিশুক পানীত পেলাই হত্যা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd