• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহিৰ্ৰাজ্যৰ পৰা আহি পুনৰ বৰপেটাত উপস্থিত ২৬০ যাত্ৰী; আটাইকেইজনকে কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 29, 2020 6:29 am
101065201_1419888028211394_3292047395356934144_n
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহিৰ্ৰাজ্যৰ পৰা বৃহস্পতিবাৰে ৰে’ল যোগে ২৬০ জন যাত্ৰী বৰপেটা জিলালৈ আহিছে। পুৱা পাচঁ বজাতে আহমেদাবাদৰ পৰা অহা প্ৰথমখন ৰে’লত ১৭০ জন যাত্ৰী বৰপেটাৰোড ৰে’লৱে ষ্টেশ্যনত নমাৰ পিছত দুপৰীয়া আন এখন শ্ৰমিক ৰে’লত অহা ৯০ জন যাত্ৰী উক্ত ষ্টেশ্যনত নামে।

উল্লেখযোগ্য যে লক ডাউন আৰম্ভ হোৱাৰ পিছত বৃহস্পতিবাৰে প্ৰথম বাৰলৈ যাত্ৰীবাহী ৰে’ল গাড়ী বৰপেটা ৰোড ষ্টেশ্যনত ৰখোৱা হয়।

Apply Now

এই যাত্ৰী সকল ষ্টেশ্যনত নমাৰ লগে লগে সকলোৰে স্কেনিং কৰা হয়। তাৰ পিছতে বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰলৈ তেওঁলোকক লৈ যোৱা হয়।

ইপিনে, যোৱা ২১ মে’ত বৰপেটালৈ অহা ৫৫ জন লোকক তেওঁলোকৰ কোভিড ১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাৰ বাবে আৰু কোনো ধৰণৰ ৰোগৰ লক্ষণ নথকাত ঘৰলৈ পঠিয়াই দিয়া হয়।

ইয়াৰে ৪৩ জন কয়াকুছি কলেজৰ হোৱাৰ বিপৰীতে আন ১২ জন টিটকাৰ মিনি আই টি আই কেন্দ্ৰৰ  আৱাসী আছিল।

তদুপৰি কয়াকুছি মহাবিদ্যালয়ত থকা আন ৮৭ জন লোকৰো কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ অহাত শুকুৰবাৰৰ ভিতৰত তেওঁলোককো যাবলৈ দিয়া হব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

তেওঁ লগতে জনোৱা মতে ইয়াকে লৈ যোৱা ১৫ মে’ৰ পৰা এতিয়ালৈকে বৰপেটা জিলালৈ বহি:ৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা হলগৈ ২১৬৫ জন হলগৈ।

ইয়াৰে ২৮২ জনক ইতিমধ্যে প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ পৰা মুকলি কৰি হোম কোৱাৰেইনটাইনত ৰখা হৈছে।

বৰ্তমান জিলাখনৰ ভিন ভিন স্থানত স্থাপন কৰা ৩১ টা কোৱাৰেন্টাইন কেন্দ্ৰত ১৮৮৩ জন লোকক ৰখা হৈছে।

অৱশ্যে, এই পৰিসংখ্যা ঘনে ঘনে সলনি হৈ আছে। বৃহস্পতিবাৰে নিশাৰ ভাগলৈ আন এখন ৰেলত এশজন লোক বৰপেটা জিলালৈ আহি পোৱাৰ কথা।

কোৱাৰেন্টাইনত থকা প্ৰতিজন লোককে দিনটোত তিনিবাৰকৈ খাদ্য যোগান ধৰাৰ উপৰি বিশুদ্ধ খোৱাপানী, চাবোন, ছেনিটাইজাৰ, বিচনা-পত্ৰ, বাল্টি আদিও যোগান ধৰা হৈছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd