• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেছাত অধিবক্তা, গুৱাহাটীৰ দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সম্পত্তিৰ মূল্য কিমান?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 5, 2019 4:59 pm
Junmoni Upamanyu

গুৱাহাটী লোকসভা সমষ্টিৰ দুগৰাকী অধিবক্তা নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেবী খাউণ্ড আৰু উপমন্যু হাজৰিকা।

1k
VIEWS
Share on FacebookShare on Twitter

আজি অন্ত পৰিল তৃতীয় পৰ্য্যায়ৰ মনোনয়ন দাখিলৰ পৰ্ব। সমষ্টিটোৰ বাবে বিজেপি আৰু কংগ্ৰেছৰ দুগৰাকী হেভিৱেইট প্ৰাৰ্থীৰ বিপৰীতে নিৰ্দলীয় পদত প্ৰাৰ্থিত্ব আগবঢ়াইছে দুগৰাকীকৈ অধিবক্তাই। গুৱাহাটী সমষ্টিটোৰ পৰা বিভিন্ন দল আৰু নিৰ্দলীয় হিচাপত মুঠতে ১৮ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন।

গুৱাহাটীত প্ৰতিদ্বন্দিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থী দুজনে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰিছে তেওঁলোকৰ সম্পত্তিৰ তালিকা। ইয়াৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ নামত ২,৮৬,৩০,৩৭৭ টকাৰ অস্থাৱৰ সম্পত্তি আছে।

ইয়াৰোপৰি, গুৱাহাটীৰ ভিন্ন স্থানৰ লগতে দিল্লীত তেওঁৰ নামত থকা, মাটি, ফ্লেট, কমাৰ্চিয়েল বিল্ডিঙকে ধৰি অন্যান্য স্থাৱৰ সম্পত্তিৰ মূল্য ৩,৫৯,০০০০০ টকা।

হাজৰিকাৰ স্থাৱৰ আৰু অস্থাৱৰ মিলাই মুঠ ৬,৪৫,৩০,৩৭৭ টকাৰ সম্পত্তি আছে। তেওঁৰ নামত বেংকৰ মুঠ ঋণ আছে ২৬,০২,৩৫৮ টকা। শপত নামাত লিপিবদ্ধ কৰা মতে এজন জ্যেষ্ঠ অধিবক্তা হিচাপে তেওঁৰ ২০১৭-১৮ বৰ্ষৰ বাৰ্ষিক আয় ১,২৫,৮৬,১২৫ টকা।

আনহাতে, উক্ত সমষ্টিৰে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেবী খাউণ্ডে শপত নামাত দাখিল কৰিছে তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা। খাউণ্ডৰ নগদ ধন থকাৰ উপৰিও বাহন, গহনা ইত্যাদিক ধৰি তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ৩২,০১,২৭২ টকা। শপতনামা মতে তেওঁৰ স্বামীৰ নামত ৩১,৩১,৫৪,৭২৭ টকা মূল্যৰ অস্থাৱৰ সম্পত্তি আছে। জ্যেষ্ঠ কন্যাৰ নামত ২,০৮,৫০০ টকা আৰু কনিষ্ঠ কন্যাৰ নামত ৩,৪৭,৩৮৭ টকাৰ অস্থাৱৰ সম্পত্তি আছে। চাৰিওগৰাকীৰে মিলাই মুঠতে ৩১,৬৯,১১,৮৮৬ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে।

ইয়াৰোপৰি, খাউণ্ডৰ নামত থকা স্থাৱৰ সম্পত্তিৰ মূল্য ৫৬,৫৮,৮৮৬ টকা, স্বামীৰ নামত ২১,৭০০,০০০ টকা। দুয়োৰে স্থাৱৰ সম্পত্তিৰ মূল্য মুঠতে ২৭,৩৫৮,৮৮৬ টকা।

ইপিনে, খাউণ্ডৰ বেংকত ঋণ আছে ২৩,৬৫,৮৮৬ টকা আৰু তেওঁৰ স্বামীৰ বেংকত ঋণ আছে ১২,৯২,৭৭,৭০৯ টকা। দুয়োগৰাকীৰে মুঠ বেংকৰ ঋণ আছে ১৩,১৬,৪৩,৫৯৫ টকা।

শপতনামাত দাখিল কৰা মতে, পেচাত অধিবক্তা জোনমণিৰ বাৰ্ষিক আয় ৫,২৩,৮৮৯ টকা আৰু পেচাত ব্যৱসায়ী স্বামীৰ বাৰ্ষিক আয় ২,৭০,১৩,৬১৯ টকা।

Tags: নিৰ্বাচন ২০১৯

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd