• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Google-ৰ সুৰক্ষাত ডাঙৰ সুৰুঙা! দুই ভাৰতীয় হেকাৰে দেখুৱাই দি লাভ কৰিলে শকত ধনৰ পুৰস্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2023 12:48 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুগলৰ (Google) সুৰক্ষাত ডাঙৰ সুৰুঙা! আৰু সেই সুৰুঙা বিচাৰি উলিয়াই দুই ভাৰতীয়ই বিচাৰি পালে ‘বাগ বাউন্টি’। তাৰ বিনিময়ত তেওঁলোকে লাভ কৰে শকত অংকৰ নগদ ধনৰ পুৰস্কাৰ। দুই ভাৰতীয় যুৱকে নগদ ২২ হাজাৰ ডলাৰ পায়। এই বাগ বাউন্টি দৰাচলতে কি?

টেক জায়েন্টৰ নতুন ছফ্টৱেৰ প্ৰগ্ৰামৰ সুৰক্ষাৰ ছিদ্ৰ বিচাৰি উলিয়াবলৈ প্ৰত্যাহ্বান আগবঢ়োৱা হয় প্ৰগ্ৰাম ৰিচাৰ্ছাৰসকলক। যদি কোনোবাই সেই কামত সফল হয় তেতিয়া তথ্য প্ৰযুক্তি কোম্পানীটোৱে তেওঁলোকক পুৰস্কৃত কৰে। সাধাৰণতে নগদ ধনৰ পুৰষ্কাৰ দিয়া হয়। দুই ভাৰতীয় যুৱকে সেই সূত্ৰে লাভ কৰে বৃহৎ পৰিমাণৰ নগদ ধনৰ পুৰস্কাৰ।

লগতে পঢ়ক: ৰাজামৌলিৰ ‘RRR’ চাই মুগ্ধ কিংবদন্তি পৰিচালক জেমছ কেমেৰুন; দিলে হলিউডত ছবি নিৰ্মাণৰ প্ৰস্তাৱ!

Apply Now

দুই ভাৰতীয় ‘এথিকেল হেকাৰ’ শ্ৰীৰাম কে এল আৰু শ্ৰীবানেশ অশোকে গুগল ক্লাউড প্ৰগ্ৰাম (জিচিপি) প্ৰকল্পৰ সুৰক্ষাত ডাঙৰ সুৰুঙা বিচাৰি পাইছে। তেওঁলোকৰ ব্লগত তেওঁলোকে সেই সুৰুঙাৰ বিতং ব্যাখ্যা দাঙি ধৰিছে। একে সময়তে তেওঁলোকে সমস্যাটো সমাধান কৰাৰ উপায়ো দিছে। গুগলে এই দুই যুৱকৰ ভূমিকাক সন্মান জনাইছে। তেওঁলোকে লাভ কৰা ধনৰ পৰিমাণ প্ৰায় ১৮ লাখ টকা।

শ্ৰীৰাম কে এল আৰু শ্ৰীবানেশ অশোকে কৈছে যে এছএছআৰএফ বাগ বা চাৰ্ভাৰ চাইডৰ জালিয়াতি এক ডাঙৰ ত্ৰুটি। এই সুৰক্ষা ত্ৰুটিটো ব্যৱহাৰ কৰি, হেকাৰসকলে চাৰ্ভাৰত প্ৰৱেশ কৰি ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰিব পাৰে। ব্যৱহাৰকাৰীসকলৰ চাৰ্ভাৰটো হেক কৰিবলৈ এটা লিংক প্ৰেৰণ কৰি সমগ্ৰ ছিষ্টেমটো সহজে তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিব পাৰে।

লগতে পঢ়ক: কেলিফৰ্ণিয়াত গুলীয়াই ১০ জনক হত্যা বৃদ্ধ বন্দুকধাৰীৰ; আৰক্ষীৰ বেহুত আত্মঘাতী আততায়ী

 এই সন্দৰ্ভত শ্ৰীবানেশে কয় যে যদি সঠিক সুৰক্ষা নাথাকে, তেন্তে যিকোনো লোকে এই প্ৰগ্ৰামত প্ৰৱেশ কৰিব পাৰে আৰু চিষ্টেমটোৰ নিয়ন্ত্ৰণ ল’ব পাৰে। এই সমস্যাটো বিচাৰি পোৱাৰ বাবে দুই ভাৰতীয়ই লাভ কৰিছে বৃহৎ পুৰস্কাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd