• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত সংঘটিত কৰুণ পথ দুৰ্ঘটনাত নিহত পিতা-পুত্ৰ; সংকটজনক অৱস্থাত মাতৃ

ৰাজীৱ দত্ত, অভিক চক্ৰৱৰ্তী by ৰাজীৱ দত্ত, অভিক চক্ৰৱৰ্তী
January 16, 2019 8:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দুপৰীয়া ডিব্ৰুগড় বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এছ বি আই শাখাৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয়া ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এটি পৰিয়ালৰ পিতা-পুত্ৰই মৃত্যুক সাবটি লয়।

ঘটনাৰ বিৱৰণি অনুসৰি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দিখৌমুখৰ উজনি ভৰলুৱা গাঁৱৰ নিৱাসী বকুল বড়া(৪৫) আৰু তেওঁ পত্নী মৃদুলা শইকীয়া বড়াই নিজৰ একমাত্ৰ পুত্ৰ নিলীম আকাশ বড়া (১৪)ক লগত লৈ এখন হোণ্ডাই ইয়ন গাড়ীৰে চিকিৎসাজনিত কাৰণত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ  আহি আছিল।

Apply Now

কিন্তু তেনে অৱস্থাতে দুৰ্ভাগ্যৱশত ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ এছ বি আই শাখাৰ সন্মুখতে বিপৰীত দিশৰ পৰা অহা এখন মাৰুটি আৰ্টিকা গাড়ীত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয়। ফলত ইয়ন গাড়ীখনত চালকৰ আসনত থকা বকুল বড়া, তেওঁৰ পুত্ৰ আৰু পত্নী গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে গাড়ীখনত যোৱা আন দুগৰাকী আৰোহী দেৱাশীষ শইকীয়া আৰু প্ৰভাত শইকীয়াও আহত হয়৷

 দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আহত কেউজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও অসম অসম চিকিৎসা মহাবিদ্যালয় নৌপাওঁতেই বকুল বড়াৰ মৃত্যু ঘটে৷ ইফালে অতি সংকটজনক অৱস্থাত পত্নী আৰু পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ নিলীম আকাশ বড়া নামৰ কিশোৰ গৰাকীৰো শোকাৱহভাৱে মৃত্যু ঘটে৷

ইফালে নিহত বকুল বড়াৰ পত্নী মৃদুলা শইকীয়া বৰ্তমান সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আহত আনদুজন বৰ্তমান বিপদমুক্ত হোৱাৰ বিপৰীতে দুৰ্ঘটনাত পতিত আনখন আৰ্টিকা গাড়ীত অহা পাঁচজনীয়া পৰিয়ালটিকো ১০৮ যোগে অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন চিকিৎসা সেৱা বিভাগত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে দিখৌমুখৰ ভৰলুৱা তিনিআলিত এখন সৰু চাহ-তামোলৰ দোকান দি পেট প্ৰৱৰ্তোৱা অঞ্চলটোৰ এগৰাকী সৰবৰহী যুৱক  বকুল বড়াৰ লগতে তেওঁৰ একমাত্ৰ পুত্ৰৰ দূৰ্ঘটনাটোত শোকাৱহ ভাৱে হোৱা অকাল মৃত্যুত সমগ্ৰ দিখৌমুখ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।

ৰাজীৱ দত্ত, অভিক চক্ৰৱৰ্তী

ৰাজীৱ দত্ত, অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd