• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্মাণ সংস্থাৰ উদাসীনতাৰ পৰিণতিতে দুই শ্ৰমিকৰ কৰুণ মৃত্যু

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
March 25, 2019 12:23 pm
266
VIEWS
Share on FacebookShare on Twitter

হাফলং এন এল দাউলাগুপু স্প’ৰ্টছ কমপ্লেক্সত দেওবাৰে অৰ্থাৎ ২৪ এপ্ৰলিত নৱ নিৰ্মিত ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম চলি থকা অৱস্থাত মাটিৰ চেপাত দুগৰাকীকৈ শ্ৰমিকৰ মৃত্যু হয়।

ঘটনাৰ বিৱৰণি মতে কমপ্লেক্সটোত কৰ্মৰত শ্ৰমিক সকলে ষ্টেডিয়ামৰ পাইলিঙৰ কাম কৰি আছিল। আৰু দুৰ্ভাগ্যবশত দুজন শ্ৰমিক ওপৰৰ পৰা গাঁতত পৰি কৰুণ মৃত্যুক আঁকোৱালি লয়। নিহত দুয়োজন শ্ৰমিকক ক্ৰমে ধুবুৰী জিলাৰ ডুৰাহাটি গাঁৱৰ নিৱাসী চাহ আলম শ্বেখ (২৮) আৰু মনোৱাৰ আলী (২৪) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে হাফলং সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।

দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাফলং অসামৰিক হস্পিতাললৈ প্ৰেৰণ কৰে। নৰ্থ ইষ্ট নাওক জনায় হাফলং সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰিচন্দ্ৰ পাঠকে।

উল্লেখযোগ্য যে গুৱাহাটী ভিত্তিক নিৰ্মাণ সংস্থা আশীৰ্বাদ এণ্টাৰপ্ৰাইজ নামৰ সংস্থাই যোৱা প্ৰায় ৬ মাহ ধৰি উক্ত কমপ্লেক্সটোৰ নিৰ্মাণৰ কাম কৰি আহিছে। কিন্তু হাফলং পি ডব্লিউ ডি বিল্ডিং ডিভিজনৰ অধীনত চলি থকা নিৰ্মাণ কাৰ্যত ঠিকাদাৰী সংস্থা আশীৰ্বাদে শ্ৰমিক সকলোক ন্যূনতম সুৰক্ষাও দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে।

স্থানীয় একাংশ ৰাইজ তথা সচেতন লোকে নিৰ্মাণ কৰ্তৃপক্ষৰ উদাসীনতাৰ কাৰণে এনেদৰে দুয়ো শ্ৰমিকে কৰুণ মৃত্যুক সাবটি ল’ব লগীয়া হ’ল বুলি অভিযোগ উত্থাপন কৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd