• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মুছলমান বিৰোধী’ আখ্যা দি ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে জেডিইউ এৰিলে দুই নেতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2025 10:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ৱাকফ বিলৰ সপক্ষে ভোটদান কৰিছিল জেডিইউ-ৰ দুজন সাংসদে।কিন্তু আনহাতে দলৰ স্থিতি মানি ল’ব নোৱাৰি শীৰ্ষ নেতা দুগৰাকীয়ে পদত্যাগ কৰে। তেওঁলোকে জেডিইউৰ চুপ্ৰেম’ নীতিশ কুমাৰলৈ পত্ৰ লিখি কয় যে ৱাকফ বিধেয়কখন মুছলমান বিৰোধী। সেই বিধেয়কক সমৰ্থন কৰি জেডিইউয়ে ধৰ্মনিৰপেক্ষতাৰ মতাদৰ্শৰ পৰা আঁতৰি গৈছে। গতিকে হতাশাৰ বাবেই দল এৰি গৈছে।

প্ৰথম অৱস্থাত জেডিইউয়ে ৱাকফ বিধেয়কৰ বিৰোধিতা কৰিছিল। কিন্তু পাছত দলটোৱে ৰাজহুৱাভাৱে ঘোষণা কৰে যে তেওঁলোকে বিধেয়কখনক সমৰ্থন কৰিব। সংখ্যালঘু শাখাৰ মুৰব্বী মহম্মদ আশ্ৰফ আনছাৰীয়ে লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছতে দল এৰি থৈ যায়। তেওঁ জেডিইউৰ চুপ্ৰেমোলৈ এখন পত্ৰ লিখি কয় যে বহু ভাৰতীয় মুছলমানে নীতিশক ধৰ্মনিৰপেক্ষতাৰ আদৰ্শৰ পতাকাবাহী বুলি বিশ্বাস কৰে। কিন্তু সেই আস্থা ভাঙি দিছে। ভাৰতীয় মুছলমানৰ বিৰুদ্ধে ৱাকফ সংশোধনী বিধেয়ক। জেডিইউয়ে ৱাকফ বিধেয়কক যিদৰে সমৰ্থন কৰিছে তাত আমি স্তম্ভিত হৈছোঁ।

Apply Now

জ্যেষ্ঠ নেতা কাছিম আনছাৰীয়েও জেডিইউ ত্যাগ কৰিছে। চিঠিখনত তেওঁ দাবী কৰিছে যে জীৱনৰ ইমান বছৰ জেডিইউক দিলেও আজি তেওঁ হতাশ। ৱাকফ বিৰোধী বিধেয়ক ভাৰতীয় মুছলমানে কোনো কাৰণতে মানি ল’ব নালাগে। এই বিধেয়কখনে সংবিধানৰ আদৰ্শকো উলংঘা কৰিছে। কিন্তু নীতিশ আৰু তেওঁৰ দলটোৱে সেই কথা বুজি নাপায়।

উল্লেখ্য যে, ৰাজ্যসভাতো লোকসভাৰ পুনৰাবৃত্তি হয়। ১২ ঘণ্টীয়া দীঘলীয়া বিতৰ্কৰ অন্তত ভোটৰ জৰিয়তে গৃহীত হয় ৱাকফ সংশোধনী বিধেয়ক। ১২৮ জন সদস্যই বিধেয়কখনৰ সপক্ষে ভোটদান কৰে। বিপক্ষে ভোটদান কৰিলে ৯৫ জন লোকে। অধিৱেশনত ৰাজ্যসভাৰ সকলো সদস্যই অভূতপূৰ্ব ধৰণে ভোটদান কৰে। আশা কৰা হৈছিল যে এন ডি এয়ে ভোট লাভ কৰিব। কাৰণ নীতিশ কুমাৰৰ জেডিইউয়ে চৰকাৰক সমৰ্থন কৰাৰ সিদ্ধান্ত ইতিমধ্যে ঘোষণা কৰিছিল, টিডিপিও একে পথেই চলি আছে। আনকি ওড়িশাৰ বিৰোধী দল বিজেডিয়েও নিজৰ সাংসদসকলক কোনো ধৰণৰ হুইপ জাৰি কৰা নাছিল। বিজেডিৰ সাংসদসকলে নিজৰ ইচ্ছামতে ভোটদান কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd