• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্তব্যত অৱহেলাৰ দোষত মণিপুৰৰ দুজন আৰক্ষীৰ লোকক নিলম্বন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2018 9:27 am
arson-pic-570x320

মণিপুৰৰ তামেংলং জিলাত বন্ধ সমৰ্থকে জ্বলাই দিয়া পিঁয়াজভৰ্তি ট্ৰাকখন

106
VIEWS
Share on FacebookShare on Twitter

নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইম্ফল-জিৰবাম পথত অগ্নি সংযোগৰ ঘটনা সন্দৰ্ভত কৰ্তব্যত অবহেলা কৰাৰ দোষত দুগৰাকী অআৰক্ষী উপ-পৰিদৰ্শকক নিলম্বন কৰিছে মণিপুৰ চৰকাৰে।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে বৃহস্পতিবাৰে মণিপুৰ বন্ধৰ সমৰ্থক প্ৰতিবাদী একাংশই দুখন মালভৰ্তি ট্ৰাকত অগ্নি সংযোগ কৰিছিল।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ২৪ ঘণ্টীয়া মণিপুৰ বন্ধৰ আহ্বান দিছিল যুটীয়াভাৱে কেইটামান ঝেলিয়াংগ্ৰং অসামৰিক সন্থাই। বন্ধ সমৰ্থকে দুখন যাত্ৰীবাহী বাহনৰো ক্ষতিসাধন কৰিছে বুলি জানিব পৰা গৈছে অৱশ্যে কোনো মানুহৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা হোৱা নাই।

চৰকাৰী নিৰ্দেশটোত কোৱা হৈছে যে কৰ্তব্যত অৱহেলা কৰাৰ দোষত দুয়োগৰাকী উপ পৰিদৰ্শকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নিৰ্দেশটোত দুয়োগৰাকী উপ পৰিদৰ্শককে বিনানুমতিত প্ৰধান কাৰ্যালয় ত্যাগ কৰাৰ পৰা বাৰণ কৰা হৈছে।

উল্লেখ্য যে জেমী (Zemei), ৰংমী (Rongmei) আৰু লিয়াংমী (Liangmei) নাগা জনজাতিৰ আৱাসভূমি ঝেলিয়ানগ্ৰং এলেকাত এনএছচিএন-আইএম সংগঠনৰ পৰা ঝেলিয়ানগ্ৰঙৰ নেতাৰ প্ৰাণৰ সংশয় হোৱাত এলেকাটোৰ উক্ত জনগোষ্ঠীয় লোকসকলৰ সন্মীলিত সন্থা কেইটামানে এনএছচিএন-আইএমৰ সদস্যক গ্ৰেপ্তাৰৰ দাবী তুলি ১৫ আগষ্টৰ মাজৰাতিৰ পৰা ১৬ আগষ্টৰ মাজনিশালৈকে মণিপুৰ বন্ধৰ আহ্বান দিছিল।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd